Monthly Archives

February 2025

আজিৰ দিনটোৰ ৰাশিফল…

মেষ-আজিৰ দিনটোত এই ৰাশিৰ জাতক-জাতিকাসকলে কোনো শুভফল লাভ কৰিব ৷ বিদ্যাত সুনাম বৃদ্ধি পাব। শুভ নম্বৰ-৫, শুভ ৰং-ৰঙা বৃষ- নিজৰ কৰ্মৰ প্ৰতি সজাগ থাকক৷খৰচ বৃদ্ধি পাব পাৰে। ব্যৱসায়ত সুফল লাভ কৰিব। কৰ্মস্থলীত শান্তি বৰ্তী থাকিব। শুভ

দেওবাৰে গুৱাহাটীত পুনৰ ফাটিল পানীৰ পাইপ, জলমগ্ন হৈ পৰে অঞ্চলটো: কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ স্থানীয়…

বহু সময় ধৰি পানীৰ অপব্যয় হোৱাৰ পাছতো উপস্থিত নহ’ল বিভাগীয় লোক। 01 মহানগৰীৰ পুনৰ জল বিস্ফোৰণ সংঘটিত হৈছে। 02 দেওবাৰে নিশা বৰবাৰীত ফাটিল পানীৰ পাইপ। 03 পানীৰ পাইপ ফাটি ক্ষতিসাধন হয় কেইবাখনো

পাকিস্তানৰ বিৰুদ্ধে বৃহৎ জয় ভাৰতৰ, ৬ উইকেটত জয় ৰোহিত বাহিনীৰ: দেশজুৰি আনন্দৰ লহৰ

ভাৰতৰ হৈ হাৰ্ডিক পাণ্ডিয়াই ২টা উইকেট লয়। কুলদ্বীপ যাদৱে ৩টা, ৰবীন্দ্ৰ জাদেজাই ১টা, হৰ্ষিত ৰাণাই ১টা আৰু অস্কৰ পেটেলে ১টা উইকেট দখল কৰে। 01 দেওবাৰৰ হাইভল্টেজ মেচত ৬ উইকেটত জয়ী হয় টীম ইণ্ডিয়া। টছত জয়ী হৈ বেটিঙৰ সিদ্ধান্ত

তুংগত উঠিছে মুখ্যমন্ত্ৰী আৰু অখিল গগৈৰ বাকযুদ্ধ, মুখ্যমন্ত্ৰীক উভতি ধৰি অখিলৰ বাক্যবাণ-…

আনক নীতি শিক্ষা দিয়াতকৈ নিজে নীতি নিয়ম পালন কৰক বুলি কটাক্ষ কৰে মুখ্যমন্ত্ৰীয়ে। চৰকাৰে তদন্ত কৰি সময় নষ্ট কৰাতকৈ ৰাইজে দুয়োগৰাকীৰে মাৰ্কশ্বীট দুখন চালেই গম পাব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। 01 চাকৰি বিতৰ্কই বিশেষ

ভাঙিব উইনিং কম্বিনেচন! পাকিস্তানৰ বিৰুদ্ধে ভাৰতীয় দলত দুটাকৈ ডাঙৰ পৰিৱৰ্তন! মহাচমক ৰোহিত-গম্ভীৰৰ!

মেগা মেচত কেনে হ’ব ভাৰতৰ প্ৰথম একাদশ তাক লৈ চলিছে জল্পনা-কল্পনা। বাংলাদেশৰ বিৰুদ্ধে খেলা দলেই পাকিস্তানৰ বিৰুদ্ধেও খেলিব নে কোনো পৰিৱৰ্তন হ’ব তাক লৈ চলিছে চৰ্চা। 01 দেওবাৰে আইচিচি চেম্পিয়ন্স ট্ৰফী ২০২৫ৰ মহাৰণ। যিখন মেচক

আজিৰ ৰাশিফল….

মেষ- আজিৰ দিনটোত আপোনাৰ ধন লাভ হোৱাৰ পুৰ্ণ সম্ভাৱনা আছে। সীমাহীন সৃজনাত্মক কাম আৰু উৎসাহে আপোনাক এটা লাভদায়ক দিশৰ পিনে লৈ যাব পাৰে। পৰিয়ালত আনন্দময় পৰিৱেশে বিৰাজ কৰিব। শুভ নম্বৰ-৬, শুভ ৰং-ৰঙা। বৃষ- আজিৰ আপোনাৰ শৰীৰত কিছু ক্লান্তি

পাকিস্তানৰ মাটিত ইংলেণ্ড-অষ্ট্ৰেলিয়াৰ খেলৰ সময়ত বাজি উঠিল ভাৰতীয় ৰাষ্ট্ৰীয় সংগীত! আকৌ মুখ ক’লা…

লাহোৰৰ গাড্ডাফী ষ্টেডিয়ামত পাকিস্তানৰ চেম্পিয়নছ ট্ৰফীৰ মেচৰ পূৰ্বে হঠাৎ ভাৰতীয় ৰাষ্ট্ৰীয় সংগীত ‘জন গণ মন’ বাজি উঠে। 01 লাহোৰৰ গাড্ডাফী ষ্টেডিয়ামত হঠাৎ বাজি উঠিল ‘জন গণ মন’। শনিবাৰে পাকিস্তানৰ চেম্পিয়নছ ট্ৰফীৰ

মহা শিৱৰাত্ৰিত অন্ত পৰিব মহা কুম্ভমেলাৰ, আজিৰে পৰা ভিৰ বাঢ়িছে VVIP ঘাটত

আজিৰ পৰা পুনৰ ভিৰ বাঢ়িছে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত। অন্তিম টা দিনত কোটিৰো অধিক ভক্তৰ আগমন হোৱাৰ অনুমান উত্তৰ প্ৰদেশ প্ৰশাসনৰ। মহা শিৱৰাত্ৰিত অন্ত পৰিব মহা কুম্ভমেলাৰ। আজিৰে পৰা ভিৰ বাঢ়িছে VVIP ঘাটত। ১০ কিলোমিটাৰ পথ খোজকাঢ়ি

USTMৰ আচাৰ্য মহবুবুল হকক গ্ৰেপ্তাৰ, গুৱাহাটীৰ ঘোঁৰামাৰাৰ বাসগৃহৰপৰা নিশা ডেৰ বজাত আটক আচাৰ্যগৰাকীক

গুৱাহাটীৰ ঘোঁৰামাৰাৰ বাসগৃহৰ পৰা আটক আচাৰ্য মহবুবুল হকক। নিশা ডেৰ বজাত আটক আচাৰ্যগৰাকীক। 01 USTMৰ আচাৰ্য মহবুবুল হকক গ্ৰেপ্তাৰ। শ্ৰীভূমি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আচাৰ্য মহবুবুল হকক। বৰ্তমান পাথাৰকান্দি আৰক্ষী থানালৈ লৈ

ৰুক্ষ ছালৰ পৰা হাত সাৰিবলৈ ৪০ৰোৰ্ধৰ মহিলাই কৰক এইকেইটা ব্যায়াম…

বয়স বৃদ্ধিৰ লগে লগে আমাৰ ছাল শোঁতোৰা পৰিবলৈ আৰম্ভ কৰে। ৪০ বছৰ বয়সৰ পিছত মহিলাৰ ছালত বহু পৰিৱৰ্তন হ’বলৈ আৰম্ভ কৰে। ক’লাজেনৰ মাত্ৰা কমি যোৱাৰ বাবে ছালখন ঢিলা হৈ পৰে। মুখত বলিৰেখা আৰু মিহি ৰেখাই দেখা দিবলৈ আৰম্ভ কৰে। যাৰ ফলত মুখৰ