Monthly Archives

February 2025

মণিপুৰত বলবৎ হ’ল ৰাষ্ট্ৰপতি শাসন, ভংগ হ’ল বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰ

মণিপুৰত জাৰি কৰা হ’ল ৰাষ্ট্ৰপতি শাসন। চাৰিদিনে মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰিব নোৱাৰিলে বিজেপিয়ে। এতিয়াৰে পৰা ৰাজ্যপালৰ হাতত থাকিব ৰাজ্যখনৰ শাসনৰ ক্ষমতা। ৯ ফেব্ৰুৱাৰীত পদত্যাগ কৰিছিল মুখ্যমন্ত্ৰী এন বীৰেন সিঙে। সংঘৰ্ষপীড়িত ৰাজ্যখনৰ

আজিৰ ৰাশিফল….

মেষ- আজিৰ আপোনাৰ শৰীৰত কিছু ক্লান্তি আৰু দুৰ্বলতা থাকিব পাৰে। ব্যৱসায়ত ভাল হ’ব। কৰ্মস্থলীত শান্তি থাকিব। প্ৰেমৰ সম্পৰ্কত কিছু জটিলতা আহিব পাৰে। শুভ সংখ্যা -৭, শুভ ৰং-সোণালী। বৃষ- স্থায়ী সম্পত্তিৰ কামৰ পৰা বিপুল সুবিধা লাভ কৰিব

বিয়াৰ বতৰত সুখবৰ! হ্ৰাস পালে সোণৰ মূল্য, সোণ ক্ৰয়ৰ বাবে সুবৰ্ণ সুযোগ

বজাৰ বিশেষজ্ঞসকলৰ মতে, ২০২৫ চনত সোণৰ মূল্য যথেষ্ট বৃদ্ধি পাব। বৰ্তমান গুৱাহাটীত ৮ গ্ৰাম ২২ কেৰেট সোণৰ মূল্য ৬৫,৮৮০ টকা আৰু ২৪ কেৰেট সোণৰ মূল্য ৬৮,১৬৮ টকা। বিয়াৰ বতৰ এটা ভাল খবৰ। আপোনাৰ যদি সোণ ক্ৰয় কৰাৰ পৰিকল্পনা আছে, তেন্তে

গুৱাহাটীৰ বন্ধ কোঠাত উদ্ধাৰ ৩টাকৈ নিথৰ দেহ! পত্নী-কন্যাক হত্যা কৰি নিজকে শেষ কৰিলে নেকি লোহিত…

গুৱাহাটী মহানগৰীত বামুণীমৈদামৰ ৰে’লৱে কলনীত একে পৰিয়ালৰ ৩জন লোকৰ মৃতদেহ উদ্ধাৰ। মৃতদেহকেইটাত লোহিত ঠাকুৰীয়া, পত্নী জুলী ডেকা আৰু কন্যা ঋত্বিকা ডেকা। পৰকীয়া প্ৰেমৰ সন্দেহ গুৱাহাটী মহানগৰীত আকৌ চাঞ্চল্যকৰ ঘটনা। বন্ধ কোঠাত

কাইলৈৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা, পৰীক্ষাৰ পূৰ্বে অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীয়ে…

কাইলৈৰ পৰা আৰম্ভ হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা। ৩,০৬,৯২৫ জন পৰীক্ষাৰ্থী ৮৫৬টা কেন্দ্ৰত অৱতীৰ্ণ হ’ব। পৰীক্ষাক লৈ কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কাইলৈৰ পৰা আৰম্ভ হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা। ৰাজ্যৰ

আজিৰ দিনটোৰ ৰাশিফল..

মেষ- কৰ্মত উন্নতি। শৰীৰ কিছু দুৰ্বল অনুভৱ কৰিব৷ আজিৰ দিনটোত আপোনাৰ সুনাম বৃদ্ধি পাব পাৰে। শুভ নম্বৰ-৬, শুভ ৰং-বগা বৃষ- নিজৰ কৰ্মৰ প্ৰতি সজাগ থাকক৷খৰচ বৃদ্ধি পাব পাৰে। ব্যৱসায়ত সুফল লাভ কৰিব। কৰ্মস্থলীত শান্তি বৰ্তী থাকিব। শুভ

আজিৰ ৰাশি ফল …….

মেষ ৰাশি - বহুত সময়ৰ পৰা চলি থকা বেমাৰৰ চিকিৎসা আপোনাৰ সুখী মন আৰু হাহিঁ দি কৰক,কাৰণ এই হাহিঁয়ে সকলো সমস্যাৰ সমাধান উলিয়াব পাৰে। যি লোকসকলে ভেটি-মাটী কিনিছিল আৰু এতিয়া সেই মাটী বিক্ৰী কৰিব বিচাৰে , সিহঁতে আজি ভাল ক্ৰেতাৰ সন্ধান পাব

আজিৰ দিনটোৰ ৰাশিফল

মেষ-আজিৰ দিনটোত এই ৰাশিৰ জাতক-জাতিকাসকলে কোনো শুভফল লাভ কৰিব ৷ বিদ্যাত সুনাম বৃদ্ধি পাব। শুভ নম্বৰ-৫, শুভ ৰং-ৰঙা বৃষ- নিজৰ কৰ্মৰ প্ৰতি সজাগ থাকক৷খৰচ বৃদ্ধি পাব পাৰে। ব্যৱসায়ত সুফল লাভ কৰিব। কৰ্মস্থলীত শান্তি বৰ্তী থাকিব। শুভ

দেওবাৰে মুখ্যমন্ত্ৰীৰ পদ এৰিলে এন বীৰেন সিঙে, কিদৰে আৰম্ভ হৈছিল মণিপুৰৰ ৰক্তক্ষয়ী সংঘৰ্ষ? এতিয়াও…

এন বীৰেন সিং হৈ থাকিব মণিপুৰৰ তত্বাৱধায়ক মুখ্যমন্ত্ৰী। নতুন মুখ্যমন্ত্ৰীৰ নাম ঘোষণা নোহোৱালৈ থাকিব এন বীৰেন সিং। ইতিমধ্যে ৰাজ্যপালে গ্ৰহণ কৰিছে এন বীৰেন সিঙৰ পদত্যাগ পত্ৰ। পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম ঘোষণা নোহোৱালৈ বীৰেন সিঙকে

কোন হ’ব দিল্লীৰ মুখ্যমন্ত্ৰী? অমিত শ্বাহৰ ঘৰত গুৰুত্বপূৰ্ণ বৈঠক

দীৰ্ঘদিনৰ অপেক্ষাৰ অন্তত দেশৰ ৰাজধানী ক্ষেত্ৰত ক্ষমতালৈ আহিল বিজেপি। ঐতিহাসিক বিজয় সাব্যস্তৰ পিচতেই উৎসৱমুখৰ পৰিবেশ বিৰাজ কৰিছে বিজেপি শিবিৰত। এই আনন্দ উল্লাসৰ মাজতেই এতিয়া প্ৰশ্নৰ অৱতাৰণা হৈছে যে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই কাক দিল্লীৰ