জানিবলৈ পঢ়ক ৰাশিফল

0

মেষ : স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব । বাহিৰা খাদ্যৰ পৰা আঁতৰি থকাটো ভাল হʼব । আজি ৰোমাঞ্চকৰ মন হৈ পৰিব । নতুন ব্যৱসায় বিচাৰ হʼব পাৰে । প্ৰেমৰ সম্পর্ক ভাল হʼব । পৰিয়ালৰ লগত ৰাতিৰ আহাৰ ভাল হʼব ।

বৃষ : প্রিয় দিন হʼব । নাম আৰু সুনাম হʼব । আপোনাৰ ব্যৱসায় আৰু বন্ধুবৰ্গ, কাৰ্য-ব্যৱসায়ত সফল লাভ হʼব । বজাৰ কৰিবলৈ যোৱা আনন্দময় দিন হʼব । বন্ধুবৰ্গৰ লগত আনন্দময় হʼব ।

মিথুন : আজিৰ দিনটো আপোনাৰ বাবে মিশ্ৰিত ফলদায়ক । আপুনি যিমানেই ভাগৰুৱা হৈ নাথাকক কিয়, আপোনাৰ সভা-সমিতিবোৰত আপুনি ভাল ফল দেখুৱাব পাৰিব । আপোনাৰ কাৰ্যদক্ষতা আৰু কষ্ট আপোনাৰ কামত প্ৰতিফলিত হ’ব । আপোনাৰ সহযোগীসকলৰ সম্পূৰ্ণ সহযোগিতা লাভ কৰিব । ধন-সম্পত্তি বৃদ্ধি হ’ব মাত্ৰ সেয়া স্থিৰ কৰি ৰখাৰ দায়িত্ব আপোনাৰ নিজৰ । পাৰিবাৰিক ক্ষেত্ৰতো দিনটো আনন্দৰে পাৰ হ’ব ।

ককৰ্ট : টকা-পইচা অনিশ্চিত হʼব পাৰে, খৰচ বৃদ্ধি হʼব পাৰে । জ্যেষ্ঠৰ পৰা পৰামৰ্শ লোৱা ভাল হʼব । আপুনি ধৈৰ্যশীল, সহনশীল হওক । যিজন ধৈৰ্যশীল হয় তেওঁ লাভৱান হয় ।

সিংহ : ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব, ব্যৱসায় বৃদ্ধি হʼব । কৰ্মবিধিত অধিক ব্যস্ত হʼব পাৰে ।কৰ্ম-ব্যৱসায়ত সফলতা । অধিক পেছাদাৰী কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব, লক্ষ্য সফল হʼব ।

কন্যা : কাম-কাজ বন্ধ কৰি আৰাম কৰিব পাৰে । মনটোক জীৱনৰ অনাৱশ্যকীয় চিন্তাধাৰাৰ পৰা আঁতৰাই ৰাখক, দিনটো ভাল হʼব । এক ৰোমাঞ্চকৰ আৰু আনন্দপূৰ্ণ জীৱন লাভ কৰিব । বন্ধুবৰ্গৰ লগত দিন ভাল হʼব ।

তুলা : আনন্দময় দিন হʼব । পৰিয়ালৰ লগত আৰু প্ৰেমৰ সম্পর্ক ভাল হʼব । আপোনাৰ নতুন ব্যৱসায় আৰু বন্ধুবৰ্গৰ বিচাৰ হʼব পাৰে, কাৰ্য-ব্যৱসায়ত সফল হʼব । প্ৰেমৰ সম্পর্কত মনোযোগ দিব । সংযোগত সফলতা লাভ হʼব । বিবাহিতৰ বাবে এইটো দিন ভাল । পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে । পৰিয়ালৰ লগত ৰাতিৰ আহাৰ ভাল হʼব ।

বৃশ্চিক : স্বাস্থ্য ভালে ৰখাত মনোযোগ দিয়ক । কর্মত শান্ত হৈ থাকিবলৈ পৰামৰ্শ দিয়া হৈছে । সপ্তাহৰ আৰম্ভণিতে স্বাস্থ্য ভাল, সপ্তাহৰ অন্তত বাহিৰা খাদ্যৰ পৰা আঁতৰি থাকক ।

ধনু : আপোনাৰ প্ৰায় ভাল হʼব । বহুতো ব্যক্তিৰ লগত সংযোগ হʼব ৷ আপোনাৰ প্ৰিয় কাৰ্যই সহায় কৰিব । নতুন বন্ধুবৰ্গ লাভ কৰিব । আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল পাব ।

মকৰ : নিজৰ আত্মসন্মান বঢ়াবলৈ প্ৰেমাভিনয় কৰাটো উচিত নহয় । আপোনাৰ খং-ৰাগৰ বাবে সম্পর্কত প্ৰভাৱ পৰে । প্ৰেমৰ সম্পর্কত মনোযোগ দিব । সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব । বন্ধুবৰ্গৰ লগত আনন্দময় হʼব । আপোনাৰ যুক্তি আৰু চিন্তাধাৰাবোৰৰ সৈতে আপুনি প্ৰায় সফল হʼব ।

কুম্ভ : আজি আপোনাৰ সক্ৰিয় দিন হʼব । মানসিক চিন্তা আৰু নিৰুৎসাহিত হ’ব পাৰে, তথাপিও আপুনি প্ৰায় সফল হʼব । পৰিয়ালৰ লগত সম্পর্ক প্ৰায় ভাল হʼব । আপোনাক নতুন কৰ্ম লক্ষ্য প্ৰদান কৰিব পাৰে । আনৰ পৰা প্ৰশংসা লাভ হʼব । নিজৰ ব্যৱসায়, কর্ম ব্যস্ততা আৰু প্ৰেমৰ সম্পর্কত মনোযোগ দিয়ক ।

মীন : টকা-পইচাৰ নিশ্চিতি হʼব । আপোনাক নতুন কৰ্ম লক্ষ্য প্ৰদান কৰিব পাৰে । ধন-সম্পত্তিৰ পৰা আমদানি ভাল হʼব । অধিক ধন উপাৰ্জন কৰিব পাৰিব । কৰ্মজীৱন ভাল বন্ধুত্বপূৰ্ণ হʼব । বহুতো ব্যক্তিৰ লগত সংযোগ হʼব ৷ আপোনাৰ প্ৰিয় কাৰ্যই সহায় কৰিব ।

Leave A Reply

Your email address will not be published.