৬ ঘণ্টাৰো অধিক সময় অবিৰতভাৱে বহি থাকিলে স্বাস্থ্যৰ ওপৰত কি প্ৰভাৱ পৰিব জানো আহক…
আজিৰ জীৱনশৈলীত ঘণ্টাৰ পিছত ঘণ্টা বহি কাম কৰাটো সাধাৰণ হৈ পৰিছে। অফিচেই হওঁক বা ঘৰেই হওঁক, মানুহে ৬-৮ ঘন্টা অবিৰতভাৱে বহি থাকে আৰু লেপটপ আৰু মোবাইলত ব্যস্ত থাকে, কিন্তু বেছি সময় বহি থকাটো আপোনাৰ শৰীৰৰ বাবে কিমান বিপদজনক হ’ব পাৰে!-->!-->!-->…