Monthly Archives

March 2025

ৰতন টাটাৰ নামেৰে নামাকৰণ হ’ব জাগীৰোডস্থিত ইলেকট্ৰ’নিকছ চহৰ : মুখ্যমন্ত্ৰীৰ ঘোষণা

জাগীৰোডস্থিত ইলেকট্ৰ’নিকছ চহৰৰ নাম উদ্যোগপতি ৰতন টাটাৰ নামেৰে নামাকৰণ কৰা হ’ব। মঙলবাৰে এই ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকৰ অন্তত সংবাদ মাধ্যমক সম্বোধন

আজি কেংগাৰুবাহিনীৰ বিৰুদ্ধে টীম ইণ্ডিয়া, ২:৩০ বজাৰ পৰা আৰম্ভ মেচ

আজি অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্ৰফী ২০২৫ৰ প্ৰথমখন ছেমি ফাইনেল। এই খেলখনত ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ দলৰ মাজত হ’ব। বহুতৰ মতে, এই মেচত অষ্ট্ৰেলিয়াক পৰাস্ত কৰাটো ভাৰতীয় দলৰ বাবে একেবাৰেই সহজ নহ’ব।

ৰাশিফল অনুসৰি দিনটো কেনে যাব আপোনাৰ…

মেষ ৰাশি: আজি আপুনি নিজৰ কর্মত মুক্ত অনুভৱ কৰিব। যুৱক-যুৱতীসকলৰ ভাল দিন। পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব। আপুনি লʼৰা-ছোৱালীৰ মন ভালে ৰখাত মনোযোগ দিব। শুভ সংখ্যা ৪, শুভ ৰং ৰঙা। বৃষ ৰাশি: আজি আপুনি নিজৰ ব্যক্তিগত জীৱনত মনোযোগ দিয়ক। কিছু

১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব UPS, জানি লওক কি কি সুবিধা পাব? কিমান টকাকৈ লাভ কৰিব পেঞ্চন?

০২৫ চনৰ ১ এপ্ৰিলৰ পৰা দেশত ইউনিফাইড পেঞ্চন ব্যৱস্থা (ইউ পি এছ) কাৰ্যকৰী কৰিবলৈ ওলাইছে। এই ইউ পি এছ ২০২৪ চনৰ ২৪ আগষ্টত কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছিল আৰু চলিত বৰ্ষৰ ২৫ জানুৱাৰীত বিত্ত মন্ত্ৰালয়ে এই আঁচনিখন অৱগত কৰিছিল। 01

মুখৰ দাগৰ বাবে আপুনিও অসুবিধাত পৰিছে নেকি? তেন্তে লগাওক এই উপায়…

মুখৰ দাগ থাকিলে প্ৰায়ে ছালৰ সমস্যা হ’ব পাৰে। গতিকে সময়ে সময়ে ইয়াৰ চিকিৎসা কৰাটোও প্ৰয়োজনীয়। এনে পৰিস্থিতিত ছালত গোলাপৰ পানী ব্যৱহাৰ কৰিব পাৰে। গোলাপৰ পানীত বহুতো উপকাৰী গুণ আছে, যিয়ে ছালৰ আৰ্দ্ৰতা দূৰ কৰে। ছালখনক

আই আই টি বাবা পৰিল আৰক্ষীৰ জালত, অভয় সিঙে গোপনে কৰি আহিছিল এই কাম

তেওঁৰ বিৰুদ্ধে নাৰ্কটিক ড্ৰাগছ এণ্ড চাইকোট্ৰপিক ছাবষ্টেন্স (এনডিপিএছ) আইনৰ অধীনতো গোচৰ ৰুজু কৰা হৈছে l 01 প্ৰয়াগৰাজত মহাকুম্ভৰ সময়ত ‘আই আই টি বাবা’ হিচাপে চৰ্চিত হৈ পৰা অভয় সিঙক সোমবাৰে জয়পুৰত গাঞ্জাৰ সৈতে আটক কৰা

ব্ৰিটেইনত অসম কন্যাৰ যাদু, নৃত্যৰে মুহিলে সমগ্ৰ বিশ্বক

নিজ প্ৰতিভাৰে কেৱল ৰাজ্যতে নহয়, দেশৰ লগতে সমগ্ৰ বিশ্বতে খলকনি তুলিছে অসমৰ এগৰাকী ৮ বছৰীয়া কন্যাই। ব্ৰিটেইন’ছ গট টেলেণ্টত নিজৰ অসাধাৰণ নৃত্য দক্ষতাৰে দৰ্শক আৰু বিচাৰকৰ হৃদয় আকৰ্ষণ কৰে কাৰ্বি আংলঙৰ বোকাজানৰ বিনীতা চেত্ৰীয়ে। বিনীতা

আজিৰ দিনটোত জানক আপোনাৰ ৰাশিফল

মেষ- আপোনাৰ দ্ৰুতভাৱে কৰা কামৰ প্ৰতিভাই সকলোকে প্ৰেৰিত কৰিব। সফলতা লাভ কৰিবৰ বাবে সময়ৰ লগত মিলাই নিজৰ চিন্তা ধাৰাও সলনি কৰক। ইয়াৰ ফলত আপোনাৰ দৃষ্টিকোণ ব্যাপক হ’ব আৰু চিন্তা ধাৰাও সলনি কৰিব,লগতে ব্যক্তিত্বও বিকাশ হ’ব। পৰিয়ালত

আৰম্ভ হ’ল পৱিত্ৰ ৰমজান, মুছলমান কর্মচাৰীলৈ ৰমজান উপহাৰ!

উত্তৰ প্ৰদেশৰ কানপুৰত পৌৰ নিগমে মুছলমান কর্মচাৰীক ৰমজান উপহাৰ দিছে। যি বৰ্তমান বিতর্কৰ আৱর্তত আছে৷ এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে হিন্দু কৰ্মচাৰীয়ে। দৰাচলতে কানপুৰৰ পৌৰ নিগমে গোটেই ৰমজান মাহৰ ভিতৰত নিৰ্ধাৰিত সময়ৰ ১ ঘণ্টা

আজিৰ ৰাশি ফল …….

মেষ ৰাশি - স্বাস্থ্যৰ ৰ ওপৰত যত্ন লোৱা আৱশ্যকতা আছে। আজিৰ দিনটোত আপুনি মাদ্যদ্ৰব্যৰ পৰা আতঁৰি থকাটো ভাল নহলে নিচা ৰ ৰাগিত আপুনি মূল্যৱান বস্তু হেৰুৱাব পাৰে। এক সুখী আৰু বঢ়িয়া সন্ধিয়াৰ বাবে আপোনাৰ ঘৰত আজি আলহী আহিব পাৰে। আপোনাৰ হাঁহি