আপোনাৰ আজিৰ ৰাশিফল I
মেষ ৰাশি : আৰ্থিক দিশত শুভ। দিনটো নিৰোগী হৈ থাকিব। দিনটো প্ৰায় ভাল। মন পছন্দ কাৰ্যই সহায় কৰিব। নতুন বন্ধু-বৰ্গৰ বিচাৰ হʼব পাৰে। কঠোৰ পৰিশ্ৰমৰ ফল লাভ। যিজনে ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব।
বৃষ ৰাশি : আবেগক নিয়ন্ত্ৰণ কৰক ৷ বিশেষকৈ পুৰুষসকলে মহিলাসকলৰ সৈতে কথা পতাৰ সময়ত এই দিশত মন কৰক ৷ পানীৰ পৰা সাৱধান । পুখুৰী, নদী আদিৰ পৰা দূৰত থাকক । মদ্যপান নকৰিব ৷ আজি গোটেই দিনটো কিবা কথাত অত্যধিক চিন্তাত থাকিব ৷ টোপনিৰ ক্ষতি হ’ব পাৰে ৷ পৰিয়ালৰ লোকৰ সৈতে বিবাদত লিপ্ত নহ’ব । ভ্ৰমণ নকৰিব ।
মিথুন ৰাশি : দিনটো কঠিন দিন হʼব ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব ৷ লক্ষ্যত সফল ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব ৷ নতুন কৰ্ম লক্ষ্য প্ৰদান কৰিব পাৰে ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷
কৰ্কট ৰাশি : দিনটো এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ ইয়াৰ প্ৰভাৱ কাৰ্যত পৰিব ৷ কঠোৰ পৰিশ্ৰমৰ ফল নাপাবও পাৰে ৷ আবেলি সৰু এক যাত্রা হʼব পাৰে ৷ জীৱনত ভাল বন্ধু লাভ ৷ প্ৰেমৰ সম্পর্ক ভাল ৷
সিংহ ৰাশি : প্ৰেমৰ সম্পর্ক ভাল ৷ দিনটো ৰোমাঞ্চকৰ হৈ পৰিব । পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে ৷ পৰিয়ালৰ লগত ৰাতিৰ আহাৰ ভাল হʼব ৷ বজাৰলৈ যোৱাৰ সময়ত সীমিত পৰিমাণে টকা নিবলৈ সংকল্প কৰা উচিত । খৰচ বৃদ্ধি ৷
কন্যা ৰাশি : এটা সাধাৰণ দিন ৷ যুক্তিৰে সকলো কথা চিন্তা কৰিব ৷ কিছু খেলিমেলি হʼব পাৰে ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷ আজি কোনো লাভ বা ক্ষতি নাই । কঠোৰ পৰিশ্ৰমৰ ভাল সফল লাভ ৷ বন্ধু আৰু প্ৰেমৰ সম্পর্ক থকা ব্যক্তিৰ লগত পার্টী হʼব পাৰে ৷
তুলা ৰাশি : আজিৰ দিনটো সক্ৰিয় অনুভৱ হʼব ৷ লক্ষ্যত প্ৰায় সফল ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ প্ৰশংসা লাভ ৷ নিজৰ ব্যৱসায় বা কৰ্মত মনোযোগ দিব ৷ জীৱনত সফল ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল ৷ প্ৰেমৰ সম্পর্ক ভাল হʼব ৷
বৃশ্চিক ৰাশি : পৰিয়ালৰ যত্ন লওক ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল ৷ জীৱনত ভাল বন্ধু লাভ ৷ বিবাহিতৰ বাবে দিনটো ভাল ৷ প্ৰেমৰ সম্পর্ক ভাল ৷ পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে ৷ পৰিয়ালৰ লগত ৰাতিৰ খানা ভাল হʼব ৷ ড্ৰাইভ আনন্দৰে সুস্থিৰে কৰিব ৷
ধনু ৰাশি : দিনটো মধ্যমীয়া ৷ শিক্ষাৰ্থীৰ অধ্যয়নৰ ভাৰ বৃদ্ধি হ’ব ৷ কাৰ্যভাৰ সম্পূৰ্ণ কৰিবলৈ নিজৰ শক্তি ব্যৱহাৰ কৰক ৷ জ্যেষ্ঠজনৰ পৰা পৰামৰ্শ লোৱাটো ভাল হʼব ৷ ব্যক্তিগত জীৱনত সুখী হোৱাটো নিজৰ ওপৰত নিৰ্ভৰ কৰে ।
মকৰ ৰাশি : নিজৰ সৌন্দৰ্যৰ কথাত মনোযোগ দিব ৷ প্ৰেমৰ সম্পর্ক ভাল ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷ যিজনে ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব ৷ কৰ্ম জীৱনত অশান্তি হʼব পাৰে ৷
কুম্ভ ৰাশি : প্ৰেমৰ সম্পর্ক ভাল ৷ পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে ৷ পৰিয়ালৰ লগত ৰাতিৰ খানা ভাল হʼব ৷ বিয়াৰ সংযোগত সফলতা লাভ ৷
মীন ৰাশি :দিনটো শুভ ৷ সপোনবোৰ সফল হোৱৰ দিশত গতি কৰিছে ৷ ব্যৱসায়ীসকলে নতুন কাম আৰম্ভ কৰাৰ সু-সময় ৷ কামৰ পৰা অব্যাহতি লৈ অলপ কলাসুলভ কামতো মন দিয়ক ৷ বনভোজৰ আয়োজনৰ বাবে উচিত সময় ৷ বন্ধুৰ লগত ফুৰিবলৈ যোৱাৰ ব্যৱস্থা কৰিব পাৰে ৷ প্ৰেয়সীৰ লগত চিনেমা চাবলৈ যাব পাৰে ৷ আপোনাৰ সামাজিক অৱস্থাৰো উন্নতিৰ যোগ আছে ৷