দিনটোৰ ৰাশিফল…
মেষ ৰাশি : আপোনাৰ আজি প্ৰায় ভাল হʼব ৷ কর্মত কঠোৰ পৰিশ্ৰমৰ মাজত আনন্দিত হ’ব ৷ আপোনাৰ আজি ৰুচিৰ পৰিণাম দেখিবলৈ পাব ৷ প্ৰশংসিত হʼব ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত৷ শিক্ষার্থীৰ অধ্যয়ন ভাল হʼব ৷
বৃষ ৰাশি : আপোনাৰ আজিৰ দিনটো সক্ৰিয় অনুভৱ হʼব ৷ প্ৰায় সফল হʼব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ আপোনাক নতুন কৰ্মই লক্ষ্য প্ৰদান কৰিব পাৰে ৷ নিজৰ ব্যৱসায় কৰ্মত মনোযোগ দিব ৷ জীৱনত সফলতা পাব ৷
মিথুন ৰাশি : আপুনি শান্ত বা মধুৰ বাক্য শুনোতাসকলৰ পৰা উৎসাহিত হʼব ৷ আজি ধ্যান বা যোগ কৰা ভাল ৷ হানিকাৰক আলোচনা পৰচৰ্চালৈ পৰিণত হ’ব পাৰে ৷ নিন্দা আৰু নিৰুৎসাহিত, পৰচৰ্চা কৰাৰ পৰা আঁতৰি থকা উচিত ৷ পৰৰ বিচাৰ নকৰিব, তেহে আপোনাৰো বিচাৰ কৰা নহ’ব ৷
কৰ্কট ৰাশি : আজি আপুনি ব্যৱসায় বিধিত অধিক ব্যস্ত হʼব পাৰে ৷ কর্মত ব্যস্ত থকাৰ ফলত আপোনাৰ ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব ৷ আপুনি নিৰুৎসাহিত হৈ পৰিব পাৰে, কাৰ্য-কর্ম প্ৰভাৱান্বিত হʼব ৷ পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ কন্যা-শিশুৰ অসফলতাৰ বাবে নিৰুৎসাহিত হৈ পৰিব পাৰে ৷
সিংহ ৰাশি : আজি আপোনাৰ বিচাৰ কৰাত আৰু নিৰ্ণয় লোৱাত কঠিন হʼব পাৰে ৷ কর্ম শান্ত হৈ থাকি কৰিব, সফল হʼব ৷ আপোনাৰ খেলিমেলি হʼব পাৰে, লোৱা নিৰ্ণয় পালন কৰা উচিত ৷ সমস্যাৰ সম্মুখীন হোৱাৰ পৰা ৰক্ষা পৰিব ৷
কন্যা ৰাশি : হতাশা নহ’ব, পুনৰ চেষ্টা কৰিব ৷ আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল হʼব ৷ ধৈৰ্যশীল হওক, লাভবান হ’ব ৷ পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ কন্যা-শিশুৰ অসফলতাৰ বাবে নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ নিন্দা আৰু নিৰুৎসাহিত, পৰচৰ্চা কৰাৰ পৰা আঁতৰি থকা উচিত ৷ তথাপিও আপোনাৰ প্ৰায় ভাল হʼব ৷
তুলা ৰাশি : প্ৰতিচ্ছবিৰ দিন ৷ আজি আপোনাৰ চিন্তাধাৰাবোৰ ভাল হʼব ৷ জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ প্ৰশংসা লাভ হʼব ৷ আপোনাৰ প্ৰায় ভাল হʼব ৷ ঈশ্বৰে তেওঁৰ প্ৰেমৰ প্ৰমাণ দিব ৷
বৃশ্চিক ৰাশি : আপুনি নতুন দায়িত্ব বহন কৰিব ৷ নতুন অধ্যয়ন কর্মত ব্যস্ত হৈ পৰিব আৰু কার্য কৰিবলৈ ভাগৰি পৰিব ৷ আপুনি নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ আপুনি আপোনাৰ নিজৰ প্ৰেমৰ লগত কটাব ৷ মানসিক আৰু শাৰীৰিক চিন্তা ভাল হʼব ৷
ধনু ৰাশি : আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল হʼব ৷ ধৈৰ্যশীল হওক, লাভবান হ’ব ৷ কর্ম শান্ত হৈ থাকি কৰিব ৷ বিচাৰ কৰাত আৰু নিৰ্ণয় লোৱাত সফল হʼব ৷ আপোনাৰ খেলিমেলি হʼব পাৰে, লোৱা নিৰ্ণয় পালন কৰা উচিত ৷ সমস্যাৰ সম্মুখীন হোৱাৰ পৰা ৰক্ষা কৰিব ৷
মকৰ ৰাশি : আপুনি প্ৰায় সফল হʼব ৷ আপোনাৰ সহনশীলতাৰ আৰু ধৈৰ্যশীলতাৰ আজি পৰীক্ষা হʼব ৷ আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ভাল পৰিণাম পাব ৷ প্ৰশংসা লাভ কৰিব ৷
কুম্ভ ৰাশি : আপোনাৰ পাৰিবাৰিক জীৱন আজি অতি ৰোমাঞ্চিত হৈ উঠিব ৷ আজি সকলো কাম আপুনি সম্পূৰ্ণ আত্মবিশ্বাসেৰে কৰিব পাৰিব ৷ ভ্ৰমণৰ যোগ আছে ৷ ইজনে-সিজনক কপোৰ বা আন উপহাৰ দিব পাৰে ৷ পাৰিবাৰিক জীৱন সুখকৰ ৷ নতুন গাড়ী ক্ৰয় কৰাৰ যোগ আছে ৷
মীন ৰাশি : নিজৰ ভালৰ বাবে অলপো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত ৷ আনৰ পৰা পৰামৰ্শ নল’ব ৷ কর্ম শান্ত হৈ থাকি কৰিব, খং-ৰাগৰ পৰা আঁতৰি থকাসকল সফল হʼব ৷