এলন মাস্কৰে কি কথা পাতিলে মোদীয়ে? হোৱাইট হাউছত মোদীক সাবটি ধৰিলে ডনাল্ড ট্ৰাম্পে
দ্বিতীয়টো কাৰ্যকালৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ ডনাল্ড ট্ৰাম্পে উষ্ম আদৰণি জনায় প্ৰধানমন্ত্ৰী মোদীক।
বিষ্ণু শইকীয়া : আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ জয়ৰ পাছত প্ৰথমবাৰলৈ আমেৰিকালৈ গৈছে প্ৰধানমন্ত্ৰী মোদী।!-->!-->!-->!-->!-->…