Yearly Archives

2025

তৃতীয়বাৰৰ বাবে ‘চেম্পিয়নৰ চেম্পিয়ন’ ভাৰত; ২৫ বছৰৰ মধুৰ প্ৰতিশোধ

নিউজিলেণ্ডক ৪ উইকেটত পৰাস্ত কৰি ২০২৫ বৰ্ষৰ চেম্পিয়নছ ট্ৰফীৰ খিতাপ দখল কৰিলে ভাৰতে। ১২ বছৰৰ মূৰত ভাৰতে চেম্পিয়নছ ট্ৰফীৰ চেম্পিয়ন হয়। আনহাতে ক্ৰমাগতভাৱে দুটাকৈ বছৰত ভাৰতীয় দলে আই চি চিৰ সন্মানীয় খিতাপ দখল কৰিবলৈ সক্ষম হয়। ইয়াৰ

আজিৰ দিনটোৰ ৰাশিফল

মেষ-শিক্ষাৰ্থীৰ মনৰ কিছু অশান্তি হ’ব পাৰে।সাহিত্য-সংস্কৃতিৰ লগত জাতকসকলে কিছু সমস্যাৰ সন্মুখীন হ’ব। প্ৰেমত শুভ। শুভ নম্বৰ- ৯, শুভ ৰং- সুমথিৰা আৰু সোণালী। বৃষ-মন উৎফুল্লিত হৈ থাকিব। শিল্পী, সাহিত্যিক, সংবাদকৰ্মীৰ চিন্তা বৃদ্ধি পাব।

৬ ঘণ্টাৰো অধিক সময় অবিৰতভাৱে বহি থাকিলে স্বাস্থ্যৰ ওপৰত কি প্ৰভাৱ পৰিব জানো আহক…

আজিৰ জীৱনশৈলীত ঘণ্টাৰ পিছত ঘণ্টা বহি কাম কৰাটো সাধাৰণ হৈ পৰিছে। অফিচেই হওঁক বা ঘৰেই হওঁক, মানুহে ৬-৮ ঘন্টা অবিৰতভাৱে বহি থাকে আৰু লেপটপ আৰু মোবাইলত ব্যস্ত থাকে, কিন্তু বেছি সময় বহি থকাটো আপোনাৰ শৰীৰৰ বাবে কিমান বিপদজনক হ’ব পাৰে

কাউণ্টডাউন ষ্টাৰ্ট! আজি ডুবাইত খিতাপ জয়ৰ লক্ষ্যৰে কিৱিবাহিনীৰ বিৰুদ্ধে অপ্ৰতিৰোধ্য ৰোহিত বিগ্ৰেড

আজি আই চি চি চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিব টীম ইণ্ডিয়াই। সমগ্ৰ বিশ্বৰ ক্ৰিকেট অনুৰাগীয়ে এই খেলখনৰ ওপৰত চকু। আজিৰ এই মেচখনত বৰষুণে বিশেষ ভূমিকা পালন কৰিব পাৰে বুলি সকলো অনুৰাগী চিন্তিত। ইয়াৰ পূৰ্বেও ভাৰতৰ

ৰাশিফল অনুসৰি দিনটো কেনে যাব আপোনাৰ

মেষ ৰাশি: আজি আপোনাৰ কর্মত আপুনি প্ৰায় সফল হʼব। আপোনাৰ ব্যৱসায় শ্ৰীবৃদ্ধিৰ যোগ। নিজৰ সৌন্দৰ্যৰ বিষয়ত মনোযোগ দিয়াটো ভাল। শুভ সংখ্যা ২, শুভ ৰং কমলা। বৃষ ৰাশি: আজি আপুনি নিজৰ ব্যক্তিগত জীৱনত মনোযোগ দিয়ক। কিছু খেলিমেলি

এটা মছজিদত নামাজ পঢ়াত নিষেধাজ্ঞা; নিৰ্দেশ অমান্য কৰিলে বিহা হ’ব ১ কোটিৰ জৰিমনা

উত্তৰ প্ৰদেশৰ ফাৰুখাবাদ চহৰত ৰমজানৰ সময়ত এটা মছজিদত নামাজ পঢ়াত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। হাইস্কুল ইণ্টাৰ ব’ৰ্ড পৰীক্ষাৰ বাবে এম আই চি স্কুলত স্থাপন কৰা হৈছে চেণ্টাৰ। এই এম আই চি স্কুলৰ ভিতৰত আছে এটা মছজিদ। য’ত মুছলমানক নামাজ পঢ়াত

আজিৰ ৰাশিফল

মেষ ৰাশি : আজি নিজৰ কৰ্মক্ষেত্ৰত সাৱধান হোৱা উচিত, কাৰণ সহকৰ্মীয়ে আপোনাৰ সুনামৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। ব্যৱসায়ীসকলে পুৰণি ঋণৰ পৰিশোধ পোৱাৰ সম্ভাৱনা আছে। ভৱিষ্যতে ব্যৱসায়িক পৰিকল্পনা কৰিব পাৰিব। বৃষ ৰাশি : আপোনাৰ আৱেগক

সোণ কিনিব বিচৰাসকললৈ ভাল খবৰ হ্ৰাস পালে সোণৰ মূল্য

গুৱাহাটীৰ বজাৰত হ্ৰাস পালে সোণৰ মূল্য। প্ৰতিগ্ৰাম সোণত হ্ৰাস পালে মূল্য। কিন্তু কিমান টকাকৈ কমিল সোণৰ মূল্য? গুৱাহাটীৰ বজাৰত সোণ-ৰূপ কিমান দামত বিক্ৰী কৰা হৈছে। গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ বাবে প্ৰতি গ্ৰামত ৮,৭১৬ টকা, ২২ কেৰেট

আজিৰ ৰাশিফল…

মেষ-আনৰ প্ৰতি দয়া মমতা বাঢ়িব৷ কামত সাৱধানতা অৱলম্বন কৰিব। বিদ্যাত উত্তম৷ স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব দিয়াতো দৰকাৰ। শুভ নম্বৰ-৪, শুভ ৰং-বগা বৃষ-আজি দিনটোত আপোনাৰ জনপ্ৰিয়তা বৃদ্ধি পাব। নিজৰ মানসিকস্থিতিৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব

ভাৰত আৰু নিউজিলেণ্ডৰ চেম্পিয়নছ ট্ৰফীৰ ফাইনেল বাতিল হ’লে চেম্পিয়ন কোন হ’ব?

চেম্পিয়নছ ট্ৰফী ২০২৫ অৰ্থাৎ ফাইনেলখন ৯ মাৰ্চত ডুবাইৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। এই মেচত ভাৰত আৰু নিউজিলেণ্ডৰ দলৰ মুখামুখি হ’ব। এই সংস্কৰণত এই দুয়োটা দলৰ মাজত দ্বিতীয়খন মেচ হ’ব। ইয়াৰ পূৰ্বে গ্ৰুপ পৰ্যায়ৰ