আৰম্ভ হ’ল পৱিত্ৰ ৰমজান, মুছলমান কর্মচাৰীলৈ ৰমজান উপহাৰ!
উত্তৰ প্ৰদেশৰ কানপুৰত পৌৰ নিগমে মুছলমান কর্মচাৰীক ৰমজান উপহাৰ দিছে। যি বৰ্তমান বিতর্কৰ আৱর্তত আছে৷ এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে হিন্দু কৰ্মচাৰীয়ে।
দৰাচলতে কানপুৰৰ পৌৰ নিগমে গোটেই ৰমজান মাহৰ ভিতৰত নিৰ্ধাৰিত সময়ৰ ১ ঘণ্টা!-->!-->!-->!-->!-->!-->!-->…