Yearly Archives

2025

‘জীৱন আৰু, কি কৰিব…, অ মা.. চা চোন…’’ মাতৃৰ নিথৰ দেহৰ কাষত ‘ট্ৰেজেডী কিং’ মৃদুল ভূঞাৰ…

ভ্ৰাম্যমাণৰ ট্ৰেজেডী কিং মৃদূল ভূঞাৰ মাতৃৰ বিয়োগ। বুধবাৰে লখিমপুৰত নাটক কৰিবলৈ সাজু হোৱাৰ সময়তে দুখৰ খবৰটো লাভ কৰে বলিষ্ঠ অভিনেতাগৰাকীয়ে। মাতৃৰ বিয়োগৰ পিছতে মঞ্চ হাঁহি-কান্দোন সংলাপ গায় গ’ল অভিনেতাগৰাকীয়ে। 01

আজিৰ ৰাশিফল

মেষ-আনৰ প্ৰতি দয়া মমতা বাঢ়িব৷ কামত সাৱধানতা অৱলম্বন কৰিব। বিদ্যাত উত্তম৷ স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব দিয়াতো দৰকাৰ। শুভ নম্বৰ-৪, শুভ ৰং-বগা বৃষ-আজি দিনটোত আপোনাৰ জনপ্ৰিয়তা বৃদ্ধি পাব। নিজৰ মানসিকস্থিতিৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব

‘দোষী সাংসদৰ ওপৰত আজীৱন নিষেধাজ্ঞা আৰোপ কৰাটো উচিত নহয়’, সৰ্বোচ্চ ন্যায়ালক উত্তৰ কেন্দ্ৰৰ

দোষী সাংসদ-বিধায়কসকলক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাত স্থায়ী নিষেধাজ্ঞা আৰোপ কৰাৰ আবেদনত কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰে আদালতত কয় যে অপৰাধমূলক গোচৰত দোষী সাব্যস্ত হোৱা

মহাকালৰ মহা-আৰতি, মহা শিৱৰাত্ৰিত বাবা বিশ্বনাথৰ আচৰিত ৰূপ

আজি মহাশিৱৰাত্ৰিৰ উপলক্ষে দেশৰ প্ৰধান শিৱ মন্দিৰ ভক্তিৰ এক আচৰিত সংগম দেখা গৈছে। উজ্জয়িনৰ শ্ৰী মহাকালেশ্বৰ মন্দিৰত মহাকালৰ এক ভৱিষ্যৎ মহা আৰতিৰ আয়োজন কৰা হৈছে, য’ত বাবা মহাকালক দৰা হিচাপে সজাই তোলা হৈছে। আজি ৪৪ ঘন্টা খোলা থাকিব

Maha Shivratri 2025 : আজি মহাশিৱৰাত্ৰি! উপবাসে থাকি শিৱলিংগত কি অৰ্পণ কৰিলে শুভ ফল লাভ কৰিব?

মহাশিৱৰাত্ৰিৰ দিনা শিৱলিংগত আৰু বিশেষ কিছুমান সমগ্ৰী নিবেদন কৰিলে শুভ ফল পাব পাৰি। যিবোৰ নিবেদন কৰিলে মহাদেৱ সন্তুষ্ট হয়। শিৱলিংগ পানী বা গাখীৰেৰে অভিষেক কৰাৰ লগতে আৰু কি কি নিবেদন কৰিলে উপকাৰ হয় জানি লওক। 01 আজি

মহাদেৱৰ আশিস লাভ কৰিবলৈ মহা শিৱৰাত্ৰিৰ দিনা কি কি কৰিব?

মহাদেৱক আৰাধনা কৰিলে দূৰ হয় বাধা–বিঘিনি। প্ৰতিজন দেৱতাৰ দৰে মহাদেৱৰ পূজাৰো কেতবোৰ বিশেষ ৰীতি আছে। ইয়াৰ খেলিমেলি হ’লে ৰুষ্ট হ’ব পাৰে মহাদেৱ। সন্মুখত মহা শিৱৰাত্ৰি। এই দিনটোত ভক্তসকলে শিৱৰ আৰাধনাত মগ্ন হয়। তেওঁৰ পূজাৰ বিধি নাজানিলে

আজিৰ এই পৱিত্ৰ দিনটোত জানক আপোনাৰ ৰাশিফল

মেষ- আপোনাৰ দ্ৰুতভাৱে কৰা কামৰ প্ৰতিভাই সকলোকে প্ৰেৰিত কৰিব। সফলতা লাভ কৰিবৰ বাবে সময়ৰ লগত মিলাই নিজৰ চিন্তা ধাৰাও সলনি কৰক। ইয়াৰ ফলত আপোনাৰ দৃষ্টিকোণ ব্যাপক হ’ব আৰু চিন্তা ধাৰাও সলনি কৰিব,লগতে ব্যক্তিত্বও বিকাশ হ’ব। পৰিয়ালত

অসমত ৫০হাজাৰ কোটি টকা বিনিয়োগ কৰিব আদানীয়ে

এডভাণ্টেজ আছাম ২.০’ৰ সন্মিলনত মুখ্যমন্ত্ৰীৰ প্ৰশংসাত পঞ্চমুখ হয় বিশিষ্ট উদ্যোগপতি গৌতম আদানী। তেওঁ কয় যে, অসমত ড্ৰাগছ বিৰোধী অভিযান, বাল্য বিবাহ বিৰোধী অভিযানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা সম্পূৰ্ণভাৱে সফল হৈছে। ইয়াৰ বাবে আদানী

Shivratri Horoscope 2025: শিৱৰাত্ৰিত চাৰিটা ৰাশিৰ বাবে আহিব ভাল খবৰ! কি কি পৰিৱৰ্তন আহিব এই ৰাশিৰ…

এই ৰাশিৰ ব্যক্তি সকলৰ বাবে বুধ গ্ৰহ হৈছে এওঁলোকৰ ৰাশিৰ দ্বিতীয় পঞ্চম পতি। দ্বিতীয় পঞ্চম পতি হৈ বৰ্তমান সময়ত একাদশ স্থানত অৱস্থান কৰিব যি স্থিতি এওলোকৰ বাবে বহু লাভদায়ক 01 মহা শিৱৰাত্ৰিৰ দিনা চাৰিটা ৰাশিৰ লোকৰ

Advantage Assam 2.0 : সপ্ত তাৰকাযুক্ত হোটেলৰ পৰা মেগা ফুড পাৰ্কলৈ… এডভাণ্টেজ অসম ছামিটত অসমৰ…

নিজৰ ভাষণৰ আৰম্ভণিতে মা কামাখ্যালৈ প্ৰণিপাত জনাই অসমৰ বাবে মুকেশ আম্বানীয়ে কৰিলে কেইবাটাও ডাঙৰ ঘোষণা। এডভাণ্টেজ অসম ছামিটত অংশগ্ৰহণ কৰি অসমৰ বাবে কেইবাটাও বৃহৎ ঘোষণা কৰিলে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অধ্যক্ষ মুকেশ আম্বানীয়ে।