মানৱ সমাজক লজ্জানত কৰা ঘটনা সংঘটিত হৈছে তিতাবৰত।
মানৱ সমাজক লজ্জানত কৰা ঘটনা সংঘটিত হৈছে তিতাবৰত।
টাইকোৱাণ্ড শিকোৱাৰ চলেৰে কিশোৰীক শাৰীৰিক নিৰ্যাতন চলোৱা অভিযোগ।
তিতাবৰ দজাং টাইকোৱাণ্ড একাডেমী প্ৰশিক্ষক আছিল অভিযুক্তটো।
টাইকোৱাণ্ড প্ৰশিক্ষক টোৰ নাম হৈছে আকবৰ আলি।
আকবৰ আলি ঘৰ নতুন দিল্লীত বুলি জানিব পৰা গৈছে।
তিতাবৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত এই ঘটনা সংঘটিত হৈছে ।
তিতাবৰ আৰক্ষীয়ে তিতাবৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পৰ পৰা কৰায়ত্ত কৰে আলিক।
দীৰ্ঘদিন ধৰি তিতাবৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত দজাং টাইকোৱাণ্ড একাডেমীয়ে বহু খেলুৱৈক প্ৰশিক্ষণ প্ৰদান কৰি আহিছে আৰু আজি সমগ্র এই ঘটনাই একাডেমী খনক লজ্জানত কৰিছে।