বিহপুৰীয়াত বিদ্যুৎ উপ সংমণ্ডলৰ বিৰুদ্ধে বঙালমৰাত প্ৰতিব*দ
স্বাধীনতা দিৱস প্ৰাক মুহূৰ্তত বিহপুৰীয়া বিদ্যুৎ উপ সংমণ্ডলৰ বিৰুদ্ধে বঙালমৰাত উত্তাল প্ৰতিবাদ। 24 ঘণ্টাই বিজুলী যোগান ধৰাৰপ্ৰতিশ্ৰুতিত দিনটোৰ অধিকাংশ সময়ে নাথাকে বিজুলীৰ যোগান। এই উৎখাত গৰমত ২৪ ঘন্টাৰ ভিতৰত ১ ঘন্টা নাথাকে বিদ্যুৎ উপাই বিহীন হৈ বঙালমৰা অঞ্চলৰ ৰাইজে বিহপুৰীয়া বিদুৎ উপ সংমণ্ডলৰ বিৰুদ্ধে কৰিছে প্ৰতিবাদ যদি এ টোপাল বৰষুণৰ পৰে তেন্তে বিহপুৰীয়া বিদুৎ আপুনি কেতিয়াও নাপায়। বিদ্যুৎ নথকাত ৰাইজৰ মাজত হাহাকাৰ অবস্থা। যিটো সময়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় ২৪ ঘন্টা বিদ্যুৎৰ ঘেৰান্টীৰ কথা। এয়া হৈছে ঘেৰান্টীৰ আচল নমুনা। প্ৰতিবাদ কাৰীৰ হুংকাৰ যদি অতি সোনকালে বিহপুৰীয়া বিদুৎ উপ সংমণ্ডলে ইয়াৰ ব্যৱস্থা গ্ৰহণ নকৰিলে ইয়াতকৈ তিব্বতৰ আন্দোলন কৰি তুলিব।