বোমাতংকক লৈ নলবাৰীতো অনুৰূপ পৰিৱেশ। নলবাৰীৰ বোমা সংস্থাপন কৰা বুলি দাবী কৰা স্থানত উপস্থিত আৰক্ষী-বোমা বিশেষজ্ঞৰ দল।

0

স্বাধীনতা দিৱসৰ মাজতেই আলফা (স্বাঃ)ৰ ই-মেইল বাৰ্তা
ৰাজ্যৰ ১৯টা স্থানত বোমা সংস্থাপন কৰা বুলি দাবী আলফা(স্বাধীন)ৰ
নলবাৰীতো বোমা স্থাপনৰ দাবী আলফা(স্বাধীন)ৰ
নলবাৰী চহৰৰ বিভিন্ন স্থানত আৰক্ষীয়ে বিচাৰি আছে বোমা

নলবাৰী চহৰত বোমা আতংক । স্থান চিটি স্কেন চেন্টাৰ । আলফাৰ ই-মেইলৰ পিছতে নলবাৰী চহৰত আতংকময় পৰিবেশ । নলবাৰী চহৰৰ চিকিৎসালয় পথত বোমা থকাৰ সন্দেহ। পথচোৱাৰ ঔষধ ভঁৰাল গৃহৰ সম্মুখৰ পুৰণি এম্বুলেঞ্চত বোমা থকাৰ সন্দেহ। শীৰ্ষ আৰক্ষী উপস্থিত চিকিৎসালয় পথত। নলবাৰীত বোমা সংস্থাপনৰ দাবী আলফাৰ। নলবাৰীৰ পুৰণি মেডিকেল চৌহদৰ এখন এম্বুলেঞ্চত বোমা সংস্থাপনৰ দাবী আলফা স্বাধীনৰ।

Leave A Reply

Your email address will not be published.