দেবীতোলা উন্নয়ন খণ্ডৰ বৰাইবাৰী গাওঁ পঞ্চায়তত দৃৰ্নীতিৰ ভৃৱা অভিযোগঃ সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়া ৷
দেবীতোলা উন্নয়ন খণ্ডৰ বৰাইবাৰী গাওঁ পঞ্চায়তত দৃৰ্নীতিৰ ভৃৱা অভিযোগঃ সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়া ৷
ধুবুৰী জিলাৰ গৌৰীপুৰ বিধানসভা সমষ্টিৰ বৰাইবাৰী গাওঁ পঞ্চায়তৰ সচিব আউলিয়া ইয়াচমিন আৰু সভানেত্ৰী জামিৰন নেছাই নামিছে PMAYG ঘৰৰ নামত ধন সংগ্ৰহত নামিছে বুলি এখন ৱেব পৰ্টেলত বাতৰি প্ৰচাৰিত হৈছিল ৷ সেই বাতৰিক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বৰাইবাৰীত ৷ টকা নিদিলে ৰাইজে লাভ নকৰে প্ৰধানমন্ত্ৰী আবাস যোজনাৰ ঘৰ। আনকি পঞ্চায়ত খনৰ প্ৰায় ৩ শতাধিক হিতাধিকাৰীৰ পৰা তিনি হাজাৰৰ পৰা পাচঁ হাজাৰ লৈ ধন সংগ্ৰহ কৰাৰ অভিযোগ তুলি বাতৰি প্ৰকাশিত কৰিছিল ৷ খণ্ড উন্নয়ন বিষয়াৰ নামতো লাখ— লাখ টকা সংগ্ৰহ কৰিছিল পঞ্চায়ত খনৰ সচিব আৰু সভানেত্ৰী গৰাকীয়ে তাৰ পিছতো ঘৰ লাভ নকৰিলে প্ৰায় তিনিশ হিতাধিকাৰীয়ে বাতৰিটোত উল্লেখ কৰিছিল ৷
প্ৰাপ্ত বাতৰি অনুসৰি চৰকাৰে এখন আইন বলবৎ কৰিছিল যে , যি সকল ব্যক্তিয়ে চৰকাৰী ঘৰ লাভ কৰিৱ সেই পৰিয়ালত যদি পকী ঘৰ আছে সেই পৰিয়ালৰ লোকে চৰকাৰী ঘৰ নাপাৱ ৷
সেই চৰকাৰৰ নিয়ম মতে বৰাইবাৰী গাওঁ পঞ্চায়তৰ সভানেত্ৰী আৰু সচিৱে চৰকাৰী ঘৰত অন্তভূক্ত নকাৰত এনেকুৱা ভৃৱা অভিযোগ তুলিছে ৷