নগাঁৱৰ ইটাচালিত মুকলি হল শ্বপাতি ফুড কদ নামেৰে এখন ৰেষ্টোৰেণ্ট।
নগাঁৱৰ ইটাচালিত মুকলি হল শ্বপাতি ফুড কদ নামেৰে এখন ৰেষ্টোৰেণ্ট।
নগাঁৱৰ প্ৰসিদ্ধ ব্যৱসায় পৰাগ শৰ্মাই আৰম্ভ কৰিছে এই ৰেষ্টোৰেণ্ট খন।
ৰেষ্টুৰেণ্ট খনত বিয়া , জন্ম দিন উৎযাপনৰ বাবে আছে সু ব্যৱস্থা
নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ফিটা কাটি মুকলি কৰে ৰেষ্টোৰেণ্ট খন।
এই ৰেষ্টোৰেণ্ট খনৰ স্বত্বাধিকাৰী তথা ব্যৱসায়ী পৰাগ শৰ্মাই তেওঁৰ অন্য ব্যৱসায় সমূহৰ দৰেই ৰেষ্টোৰেণ্ট খনকো ৰাইজে আদৰি লব বুলি আশা প্ৰকাশ কৰিছে।