বটদ্ৰৱাৰ সমীপৱৰ্তী আলিটাঙণিত নৃশংস হত্যা কাণ্ড।
বটদ্ৰৱাৰ সমীপৱৰ্তী আলিটাঙণিত নৃশংস হত্যা কাণ্ড।
স্বামীৰ আক্ৰমণত থিতাতে নিহত পত্নী।
জুৰিয়া থানাৰ অন্তৰ্গত আলিটাঙণিত পুৱাৰ ভাগত স্বামী শ্বহীদুল ইছলামে ঘৰুৱা কাজিয়াৰ পৰিণতিত কাঠেৰে কোবাই কোবাই হত্যা কৰে ফাটেমা খাতুন নামৰ নিজ পত্নী পাঁচ সন্তানৰ মাতৃক।
স্বামী শ্বহীদুল ইছলাম মানসিক ভাৱে কিছু বিকাৰগ্ৰস্ত বুলি জানিব পৰা গৈছে।
ইতিমধ্যে ঘটনস্থলীত দগাওঁ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।