হিন্দু ধৰ্মাৱলম্বী লোকৰ এটা পবিত্ৰ উৎসৱ ।
আজি জন্মাষ্টমী ।
হিন্দু ধৰ্মাৱলম্বী লোকৰ এটা পবিত্ৰ উৎসৱ ।
ৰাজ্যৰ প্ৰতিটো নামঘৰত মুখৰিত হৰি নামৰ ধ্বনি।
গোলাঘাট জিলাৰ বৰপথাৰৰ গেলাবিল নামঘৰত” জন্মাষ্টমীৰ বিস্তৃত কাৰ্যসূচী ।
সজাই পৰাই তোলা হৈছে নামঘৰ।
পুৱাৰে পৰা আৰম্ভ হৈছে ভকতৰ আগমন ।
জন্মাষ্টমীৰ মূল অনুষ্ঠান পুৱা সাত বজাত আৰম্ভ হৈ নিশা সন্ধিয়া ছয় বজাত সামৰণি পৰিব ।
