আছাম ফিছ চাপ্লাই ইউনিয়নৰ উজনি লৈ তিনিখন মাছৰ গাড়ী যোৱাক লৈ প্ৰক্ৰিয়া।
আছাম ফিছ চাপ্লাই ইউনিয়নৰ উজনি লৈ তিনিখন মাছৰ গাড়ী যোৱাক লৈ প্ৰক্ৰিয়া। নগাওঁ আৰু মৰিগাঁও জিলাৰ আছাম ফিছ চাপ্লাই ইউনিয়নৰ উপ-সভাপতিয়ে উজনি অসমলৈ মাছৰ গাড়ী যোৱাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে।তিনিখন গাড়ী নজনাকৈ গুচি গৈছিল বুলি জনালে উপ-সভাপতি গৰাকীয়ে। আগলৈ আৰু কোনো গাড়ী নাযায় বুলিও সাংবাদিকক জানিবলৈ দিয়ে। দোষীক শাস্তি দিয়ক আমাৰ কোনো আপত্তি নাই ।নিৰ্দোষী খাটি খোৱা মানুহৰ ওপৰত অত্যাচাৰ কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জানিব দিয়ে।