বিজেপিৰ সদস্যভৰ্তি অভিযানৰ আজি দ্বিতীয় দিনাl

0

বিজেপিৰ সদস্যভৰ্তি অভিযানৰ আজি দ্বিতীয় দিনা ডিফুত পূব কাৰ্বি আংলং জিলা বিজেপি কাৰ্যালয়ত এই অভিযানৰ শুভাৰম্ভ কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। এই অভিযানৰ জৰিয়তে কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙত ৫ লাখ সদস্য ভৰ্তিৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।বৰ্তমান দুয়োখন জিলাত প্ৰায় ২লাখ ২০ হাজাৰ বিজেপিৰ সদস্য আছে।

Leave A Reply

Your email address will not be published.