বিটিআৰৰ ইএম অৰূপ কুমাৰ দেৰ নিৰ্দেশত হোৱা মাৰপিটত আঘাত প্ৰাপ্ত
বিটিআৰৰ ইএম অৰূপ কুমাৰ দেৰ নিৰ্দেশত হোৱা মাৰপিটত আঘাত প্ৰাপ্ত অশোক কুমাৰ শ্যামৰ স্বাস্থ্যৰ বুজ লয় বিপিএফৰ সজাতি দলে ।বিপিএফৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ড:ৰেজাউল কৰিমৰ লগত এক সজাতি দলে ইএম অৰূপ কুমাৰ দেৰ দেহৰক্ষীৰ মাৰপিটত আহত অশোক কুমাৰ শ্যাম ৰ ঘৰত উপস্থিত হৈ স্বাস্থ্যৰ বুজ লৈ ঘটনাৰ উচিত তদন্তৰ দাবী উত্থাপন কৰে ।