এইবাৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা সৰৱ হ’ল ট্ৰেডিং প্ৰসংগত ।
এইবাৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা সৰৱ হ’ল ট্ৰেডিং প্ৰসংগত ।
অসমীয়া ৰাইজৰ ভূমিকা আৰু ট্ৰেডিং বিৰ্তক সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰি অভিনেতা ৰবি শৰ্মাই ক’লে ‘মই এইবোৰত নাই ‘ ।নতুন অসমীয়া ছবি ‘ৰুদ্ৰ’ ৰ শ্বুটিংৰ বাবে বোকাখাতত উপস্থিত হোৱা ৰবি শৰ্মাৰে হোৱা সাক্ষাৎকাৰত অভিনেতাজনে ছবিখনৰ বিষয়ে জনোৱাৰ লগতে ট্ৰেডিং প্ৰসংগতো কৌশলেৰে সৰৱ মন্তব্য প্ৰকাশ কৰে ।