পুনৰ ৰাজ্যজুৰি গৰমে দহিছে। সূৰ্য কিৰণে অতি তাপমাত্ৰা ফলত জলাশয় মুখত পৰিছে একাংশ ৰাইজে।

0

অধিক সূৰ্য কিৰণে তাপমাত্ৰা ফলত ৰাজ্যজুৰি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।মানকাচৰ জিলা বাসীয়ে গৰমে বাবে বিভিন্ন কামৰ পৰা একাংশ লোকে বিৰত থাকিবলৈ বাধ্য হৈ পৰিছে।আজি দক্ষিণ শালমাৰা মানকাচৰ জিলাত অত্যাধিক গৰমে ফলত নামনি অসমত একাংশ লোকে জলাশয় মগ্ন হৈ পৰে। গৰমৰ বাবে নিজ নিজ বাসগ়ৃহৰ বহি থাকিব লাগা হৈছে।আৰু কোনোবাই পুখুৰীৰ পাৰত বহি জিৰণি লোৱা দেখিবলৈ পোৱা যায় আৰু কোনোবা পানীৰ পিয়াহ বাবে হতাহশত ভাগত পৰিণত হৈছে। আৰু কোনোবাই ৰাস্তাত কাষতে কহিয়াৰ পানী খোৱাত ব্যস্ত হৈ পৰিছে।মানকাচৰ জিলাত আচলতে তিনি চাৰি ধৰি দুপৰীয়া সময়ত অধিক তাপমাত্ৰা ফলত ৰাইজৰ মাজত জলপানা কল্পনা সৃষ্টি হয় । দিনৰ ভাগতে ৩৭ পৰা ৩৮ ডিগ্ৰী ছেঃ উদকোচ গৰমে দহিছে ৰজ্যবাশিক।

Leave A Reply

Your email address will not be published.