গোসাইগাঁৱৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত গাখীৰৰ ট্ৰেংকাৰৰ ভয়ংকৰ পথ দূৰ্ঘাটনা।
গোসাইগাঁৱৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত গাখীৰৰ ট্ৰেংকাৰৰ ভয়ংকৰ পথ দূৰ্ঘাটনা।

আধাঘণ্টা জোঁৰা কেবিনত আবদ্ধ আছিল ড্ৰাইভাৰ।
👉উত্তৰপ্ৰদেশ ৰ পৰা গুৱাহাটী অভিমুখে আছিল ট্ৰেংকাৰ খন।

স্থানীয় ৰাইজৰ তৎপৰতাত উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰন কৰা হয়।
দূৰ্ঘটনাস্থলীত সেৰফাংগুৰী আৰক্ষী উপস্থিত হৈ ড্ৰাইভাৰ জনক এম্বুলেঞ্চৰে হাস্পতাললৈ প্ৰেৰন।

👉দূৰ্ঘটনা পতিত হোৱা ট্ৰেংকাৰ খনৰ নম্বৰ UP15CT 1917
জানিব পৰা মতে সন্মুখৰ পৰা এখন ট্ৰাকে খুন্দা মাৰে যাৰ ফলত দুৰ্ঘটনা সংঘটিত হয় ।