মন্ত্ৰী অজন্তা নেওগে ফিটা কাটি উদ্বোধন কৰে তিতাবৰ সম জিলাৰ।

0

আজিৰ পৰা সম জিলা লৈ ৰূপান্তৰ হল তিতাবৰ মহকুমা। মন্ত্ৰী অজন্তা নেওগে ফিটা কাটি উদ্বোধন কৰে তিতাবৰ সম জিলাৰ।আজি উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে তিতাবৰৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱা, মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী,যোৰহাট জিলা আয়ুক্ত জয় শিৱানী লগতে তিতাবৰীয়া ৰাইজ।

Leave A Reply

Your email address will not be published.