নগাঁৱৰ কলেজ অফ এডুকেশ্বনৰ নাকৰ (NAAC) B++ গ্ৰেড ভাল ।
নগাঁৱৰ কলেজ অফ এডুকেশ্বনৰ নাকৰ (NAAC) B++ গ্ৰেড ভাল ।
নগাঁও কলেজ অফ এডুকেশ্বন অসমৰ ভিতৰত একমাত্ৰ শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠান যিয়ে দুবাৰকৈ নাকৰ দ্বাৰা স্বীকৃত আৰু গ্ৰেড পাবলৈ সক্ষম হৈছে।
এই খৱৰ লাভ কৰা পাছতেই মহাবিদ্যালয় খনৰ উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি হয়।
মহাবিদ্যালয় শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী সকলে আটচ বাজি আৰু নাচি বাগী আনন্দ প্ৰকাশ কৰে।