বি টি আৰৰ খোৰাঘাটৰ জয়পুৰ গাওঁত নিশা হোৱাৰ লগে— লগে চলে বনৰীয়া হাতীৰ তাণ্ডব
শেহতীয়াকৈ বি টি আৰৰ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা বন প্ৰাধিকৰণৰ অধিনত থকা খোৰাঘাট জয়পুৰ গাওঁত নিশা হ’লে বনৰীয়া হতীৰ চলে ভয়ংকৰ তাণ্ডব ৷ বন বিভাগ ,বি টি আৰ চৰকাৰ , ৰাজ্য চৰকাৰ কিয় নিৰূভ। শ —শ বিঘা ধান খেতি বিভিন্নধৰণৰ শাক পাঁছলি বিনিষ্ট কৰে। বনৰীয়া হতীৰ জাকটোৱে দীৰ্ঘদিনৰ পৰাই চলাই আহিছে ঘৰ ধোৱাৰ শাক পাঁচলি ধান খেতিৰ ওপৰত চলাই আহিছে তহলিং। বনাঞ্চল এৰি জন অঞ্চলত নিশা বনৰীয়া হাতীয়ে কেবাটাও ঘৰ বাৰী,খাদ্য সামগ্ৰী,ধান খেতি তহলিং কৰে যদিও পৰ্বতঝোৰা বন সংমণ্ডল বিষয়া , বিষয়া—কৰ্মচাৰী কোনো পদক্ষেপ হাতত লোৱা নাই বুলি অভিযোগ উঠিছে ৷এতিয়া প্ৰশ্ন হল এই বনৰীয়া হাতীৰ জাকটোৰ আক্ৰমণ বন্ধ হৱ কেতিয়া ৷