জনজাতিকৰনৰ দাবীত বোকাখাতত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰিলে চুতীয়া জাতি ছাত্ৰ সন্থাই

0

জনজাতিকৰনৰ দাবীত বোকাখাতত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰিলে চুতীয়া জাতি ছাত্ৰ সন্থাই ।
চুতীয়া জাতিক জনজাতিৰ মৰ্যাদা প্ৰদান কৰা, চুতীয়াৰ ঐতিহাসিক সমল আৰু কীৰ্তীচিহ্ন সংৰক্ষণ কৰা, চুতীয়াৰ স্বায়ত্ব শাসন প্ৰদান কৰাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত সংগঠনটোৰ ।
বোকাখাত সদৰ চাৰিআলিত পুত্তলিকা দাহ কৰাৰ লগতে বিভিন্ন শ্ল’গানেৰে উত্তাল কৰে সংগঠনটোৰ কৰ্মীয়ে ।

Leave A Reply

Your email address will not be published.