এ আই ইউ ডি এফৰ কঁকাল ভাঙি শ্বেখ নুৰুল্লাহ আৰু আবু হানিফ আনুষ্ঠানিক ভাৱে কংগ্ৰেছ দলত যোগদান।

0

এ আই ইউ ডি এফৰ কঁকাল ভাঙি শ্বেখ নুৰুল্লাহ আৰু আবু হানিফ আনুষ্ঠানিক ভাৱে কংগ্ৰেছ দলত যোগদান।

এ আই ইউ ডি এফৰ নগাওঁ জিলা সমিতিৰ সহকাৰী সম্পাদক তথা আমলখি গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি শ্বেখ নুৰুল্লাহ আজি আনুষ্ঠানিক ভাৱে তিনি শতাধিক দলীয় কৰ্মীক লৈ কংগ্ৰেছত যোগদান কৰে । ধিং ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা যোগদান সভাত তেওঁ আনুষ্ঠানিক ভাৱে যোগদান কৰে।আজিৰ এই যোগদান সভাত কটহগুৰি গাঁও পঞ্চায়তৰ আই ইউ ডি এফৰ নেতা আবু হানিফে দুই কুৰি দলীয় কৰ্মীক লগত লৈ আনুষ্ঠানিক ভাৱে কংগ্ৰেছ দলত যোগদান কৰে। আজিৰ এই যোগদান সভাত বিধায়িকা শিৱামণি বৰা উপস্থিত থাকি কংগ্ৰেছ দলৰ নীতি আদৰ্শৰ ওপৰত আকৃষ্ট হৈ দলত যোগদান কৰা সকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়।

ধিং ৰ পৰা

Leave A Reply

Your email address will not be published.