বাংলাদেশত হিন্দু ৰ অত্যাচাৰৰ বিৰুদ্ধে বিশ্ব হিন্দু পৰিষদ বজৰংগ দলৰ উদ্যোগত ডিগবৈত বিশাল জনসভা ও ধৰ্ণা প্ৰদৰ্শন:

0

বাংলাদেশত হিন্দু ৰ অত্যাচাৰৰ বিৰুদ্ধে বিশ্ব হিন্দু পৰিষদ বজৰংগ দলৰ উদ্যোগত ডিগবৈত বিশাল জনসভা ও ধৰ্ণা প্ৰদৰ্শন:

বাংলাদেশত হিন্দু ৰ ওপৰত চলা অত্যাচাৰৰ বিৰুদ্ধে ডিগবৈ চহৰত প্ৰতিবাদ । বিশ্ব হিন্দু পৰিষদ বজৰংগ দলৰ উদ্যোগত চহৰখনৰ মাজমজিয়াত চেন্ট্ৰেল মাৰ্কেটত বিশাল জনসভা আৰু ধৰ্ণা প্ৰদৰ্শন কৰা হয় । প্ৰতিবাদী কাৰ্যসূচীত কেইবাজনো হিন্দুত্ববাদী নেতাই বক্তব্য ৰাখে। শেষত বাংলাদেশ প্ৰধানমন্ত্ৰী মহম্মদ ঈউনুছ ৰ প্ৰতিচ্ছবি দাহ কৰে।

১, ২ আৰু ৩।

Leave A Reply

Your email address will not be published.