আজিৰ ৰাশিফল

মেষ ৰাশি : আপুুনি শৰীৰৰ যিকোনো অংগত বিষ অথবা অশান্তি জাতীয় সমস্যাৰ সন্মুখীন হ'ব পাৰে। আৰ্থিক ভাৱে আজি আপুনি সবল থাকিব । গ্ৰহ আৰু নক্ষত্ৰৰ উপস্থিতিয়ে আপোনাক আৰ্থিক উপাৰ্জনৰ বহুত বাট দেখুৱাব। বন্ধুৰ লগত ঘুৰিলে ফুৰিলে আজিৰ দিনটো ভালে যাব।

নতুন বছৰতে যুগ্ম জীৱনৰ পাতনি মেলিব বেহাৰবাৰী আউট পোষ্টৰ ‘মোহন’খ্যাত অভিনেতা দীপজ্যোতি…

বেহাৰবাৰী আউট পোষ্টৰ পৰা আৰম্ভ কৰি বিভিন্ন ধাৰাবাহিকত অভিনয় কৰি অসমবাসীৰ মনত এক বিশেষ স্থান দখল কৰিছে অভিনেতাগৰাকীয়ে। বেহাৰবাৰী আউট পোষ্টৰ মোহন চৰিত্ৰৰে সকলোৰে মনজয় কৰিছে দীপজ্যোতি কেওটে।নতুন বৰ্ষৰ প্ৰাকক্ষণত নতুন খবৰ দিলে মোহন

ফকিৰাগ্ৰাম মহাবিদ্যালয়ৰ নৱ নিযুক্ত নিয়মীয়া অধ্যক্ষকৰ বাবে অভিনন্দন অনুষ্ঠান

ফকিৰাগ্ৰাম মহাবিদ্যালয়ৰ নৱ নিযুক্ত নিয়মীয়া অধ্যক্ষকৰ বাবে অভিনন্দন অনুষ্ঠান কোকৰাঝাৰ জিলাৰ অন্তৰ্গত ফকিৰাগ্ৰাম মহাবিদ্যালয়ৰ নৱ নিযুক্ত নিয়মীয়া অধ্যক্ষ ডাঃ মনোজ কুমাৰ ব্ৰহ্মৰ বাবে ফকিৰাগ্ৰাম মহাবিদ্যালয়ে অভিনন্দন অনুষ্ঠান অনুষ্ঠিত

লামডিঙত ১২ বছৰীয়া কিশোৰৰ মৃত্যুৱে এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

লামডিঙত ১২ বছৰীয়া কিশোৰৰ মৃত্যুৱে এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ পূৱ লামডিং পঞ্চায়তৰ অন্তৰ্গত অঞ্চলত এগৰাকী কিশোৰৰ মৃতদেহ নিজ বাসগৃহৰ ৰান্ধনীশালত উদ্ধাৰ কৰে ৷ পৰিয়ালৰ লোকে কিশোৰ গৰাকীক চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰাক লৈ সমগ্ৰ অঞ্চলজুৰি

আজি ২৫/১২/২০২৪ তাৰিখ বুধবাৰ দিনজোৰা কাৰ্যসূচী গুৱাহাটী বেলতলাৰ লতাকতা সূৰ্যদয় ক্লাবত কেন্দ্ৰীয়…

আজি ২৫/১২/২০২৪ তাৰিখ বুধবাৰ দিনজোৰা কাৰ্যসূচী গুৱাহাটী বেলতলাৰ লতাকতা সূৰ্যদয় ক্লাবত কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। ইয়াত কেন্দ্ৰীয়, জিলা, আঞ্চলিক সমিতিৰ সকলো বিষাই বাবিয় উপষ্ঠিত থাকে । মুকলি সভা অনুষ্ঠিত কৰা হয় তাত সভাপতি কৰে

Dr. Manmohan Singh: অসমৰ পৰা ৫ বাৰকৈ ৰাজ্যসভাৰ সাংসদ আছিল ড° মনমোহন সিং, জানক ভাৰতৰ প্ৰাক্তন…

প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ দেহাৱসান। ৯২ বছৰ বয়সত দিল্লীৰ AIIMSত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে। প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ আজি সন্ধিয়া হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটাত ৮:০৬ বজাত দিল্লীৰ AIIMSৰ জৰুৰীকালীন

মাতৃ হ’ল ‘গোপী বহু’!

দেৱলীনা ভট্টাচাৰ্যৰ কোলা শুৱনি কৰিবলৈ আহিল ল’ৰা নে ছোৱালী? সমাজৰ ৰঙা চকু আৰু ধৰ্মীয় বাধানিষেধক আওকান কৰিশ্বাহনৱাজৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল ৩৭ বছৰীয়া অভিনেত্ৰীগৰাকী। মাতৃ হ’ল অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্য ওৰফে সকলোৰে প্ৰিয় গোপী বহু।

নিশা কচুৱাৰ দা পাৰা বেলতলা দলংত ভয়ঙ্কৰ দুৰ্ঘটণা

পথৰ কাষৰ মাইল পোষ্টত বাইকৰে খুন্দা মাৰি থিতাতে নিহত হয় এজনলোক নিশা কচুৱাৰ দা পাৰা বেলতলা দলংত ভয়ঙ্কৰ দুৰ্ঘটণা পথৰ কাষৰ মাইল পোষ্টত বাইকৰে খুন্দা মাৰি থিতাতে নিহত হয় এজনলোক পুৱা পথৰ দাতিত মৃতদেহটো প্ৰত্যক্ষ কৰে স্থানীয়লোকে

আজিৰ ৰাশি ফল …….

মেষ ৰাশি - যদি আপুনি যোৱা কিছু সময়ৰ পৰা হতাশাৰ লগত যুজি আছে তেন্তে আপুনি মনত ৰখা উচিত যে সঠিক কৰ্ম আৰু বিচাৰৰ দ্বাৰা আপোনাৰ বাবে বহু প্ৰতীক্ষিত ৰেহাই লৈ আহিব। আপুনি পইচা আয় কৰিব পাৰে যদিহে আপুনি আপোনাৰ জমা ধন পাৰম্পৰিক ভাৱে নিৱেশ

দেশৰ বিভিন্ন প্ৰান্তৰৰ লগতে তৈলনগৰী ডিগবৈতো পবিত্ৰ বৰদিন পালন কৰা হয় ৷

দেশৰ বিভিন্ন প্ৰান্তৰৰ লগতে তৈলনগৰী ডিগবৈতো পবিত্ৰ বৰদিন পালন কৰা হয় ৷ ডিগবৈৰ গীৰ্জা ঘৰত সমুহীয়া প্ৰাৰ্থনা কৰে লোক সকলে ৷ প্ৰাৰ্থনা কৰি বিশ্বৰ মানৱ জাতিৰ মংগল আৰু শান্তিৰ কামনা কৰা হয় ৷ ডিগবৈৰ পৰা বিজয় সূত্ৰধৰৰ ৰিপৰ্ট।