ডিগবৈত এটা বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ।
ডিগবৈত এটা বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ। ডিগবৈ বন আঞ্চলিক কাৰ্য্যালয় অধীনস্থ খেৰজান ভীমপথাৰ গাঁৱৰ পিছফালে পাতলীয়া হাবিত যোৱাকালি দেওবাৰে এটা বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ হয়। বন বিভাগৰ বিষয়া কৰ্মচাৰী আৰু পশু চিকিৎসক ৰুবুল শইকীয়া!-->…