থানপাতকুছি সঠাজান মুকলি কৰিবলৈ ওলাই আহিল ৰাইজ।
থানপাতকুছি সঠাজান মুকলি কৰিবলৈ ওলাই আহিল ৰাইজ। মৰণত শৰণ দি সমস্যা সমাধানৰ বাবে থানপাতকুছি সঠাজানত নামিল কেইবাগৰাকীও ব্যক্তি। থানপাতকুছি সঠাজানৰ পানী আবদ্ধ হৈ প্ৰায় ৩০ খন গাওঁৰ কৃষিভূমি পানীৰ তলত। মুৰে কপালে হাত দিব লগীয়া হৈছে কৃষক ৰাইজ।!-->…