ভাৰতৰ বাবে সুখবৰ, চেমিফাইনেলত টীম ইণ্ডিয়া

চেম্পিয়নছ ট্ৰফীৰ চেমিফাইনেলত প্ৰৱেশ ভাৰতীয় দলটোৰ। বাংলাদেশ আৰু পাকিস্তানৰ বিৰুদ্ধে বৃহৎ জয় লাভ কৰি চেমিফাইনেল ৰাউণ্ডত প্ৰৱেশ কৰে টীম ইণ্ডিয়াই। বাংলাদেশ আৰু পাকিস্তানৰ বিৰুদ্ধে ২খন মেচত অৱতীৰ্ণ হৈ দুয়োখনতে জয়লাভ কৰে ভাৰতে। ২

আপোনাৰ ৰাশিফল…

মেষ- আজিৰ দিনটোত আপোনাৰ ব্যক্তিত্ব চাৰিওফালে বিয়পি পৰিব। যিয়ে সকলোকে আকৰ্ষিত কৰিব। ব্যৱসায়ত আপোনাৰ স্থিতি লাভজনক। শুভ নম্বৰ-৫, শুভ ৰং-ৰঙা বৃষ- আজি আপোনাৰ মনত কিছু অস্থিৰতাই দেখা দিব। ৰাজনীতি আৰু বিদ্যাত শুভ। প্ৰেমত কিছু সমস্যাই

চাহ জনজাতিৰ চহকী সংস্কৃতিক বিশ্বৰ বুকুত প্ৰতিষ্ঠিত কৰাৰ লক্ষ্যৰে সৰুসজাইত আজি ‘ঝুমইৰ বিনন্দিনী’

চাহ জনজাতিৰ চহকী সাংস্কৃতিক বিশ্ব দৰৱাৰত উপস্থাপনৰ লক্ষ্যৰে সৰুসজাইৰ ক্ৰীড়া প্ৰকল্পত আজি অনুষ্ঠিত হ’ব ‘ঝুমইৰ বিনন্দিনী’। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত আজি প্ৰতিষ্ঠিত কৰিব বিশ্বৰ বুকুত। এই অনুষ্ঠান আৰম্ভ হ’ব সন্ধিয়া

আজিৰ দিনটোৰ ৰাশিফল…

মেষ-আজিৰ দিনটোত এই ৰাশিৰ জাতক-জাতিকাসকলে কোনো শুভফল লাভ কৰিব ৷ বিদ্যাত সুনাম বৃদ্ধি পাব। শুভ নম্বৰ-৫, শুভ ৰং-ৰঙা বৃষ- নিজৰ কৰ্মৰ প্ৰতি সজাগ থাকক৷খৰচ বৃদ্ধি পাব পাৰে। ব্যৱসায়ত সুফল লাভ কৰিব। কৰ্মস্থলীত শান্তি বৰ্তী থাকিব। শুভ

দেওবাৰে গুৱাহাটীত পুনৰ ফাটিল পানীৰ পাইপ, জলমগ্ন হৈ পৰে অঞ্চলটো: কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ স্থানীয়…

বহু সময় ধৰি পানীৰ অপব্যয় হোৱাৰ পাছতো উপস্থিত নহ’ল বিভাগীয় লোক। 01 মহানগৰীৰ পুনৰ জল বিস্ফোৰণ সংঘটিত হৈছে। 02 দেওবাৰে নিশা বৰবাৰীত ফাটিল পানীৰ পাইপ। 03 পানীৰ পাইপ ফাটি ক্ষতিসাধন হয় কেইবাখনো

পাকিস্তানৰ বিৰুদ্ধে বৃহৎ জয় ভাৰতৰ, ৬ উইকেটত জয় ৰোহিত বাহিনীৰ: দেশজুৰি আনন্দৰ লহৰ

ভাৰতৰ হৈ হাৰ্ডিক পাণ্ডিয়াই ২টা উইকেট লয়। কুলদ্বীপ যাদৱে ৩টা, ৰবীন্দ্ৰ জাদেজাই ১টা, হৰ্ষিত ৰাণাই ১টা আৰু অস্কৰ পেটেলে ১টা উইকেট দখল কৰে। 01 দেওবাৰৰ হাইভল্টেজ মেচত ৬ উইকেটত জয়ী হয় টীম ইণ্ডিয়া। টছত জয়ী হৈ বেটিঙৰ সিদ্ধান্ত

তুংগত উঠিছে মুখ্যমন্ত্ৰী আৰু অখিল গগৈৰ বাকযুদ্ধ, মুখ্যমন্ত্ৰীক উভতি ধৰি অখিলৰ বাক্যবাণ-…

আনক নীতি শিক্ষা দিয়াতকৈ নিজে নীতি নিয়ম পালন কৰক বুলি কটাক্ষ কৰে মুখ্যমন্ত্ৰীয়ে। চৰকাৰে তদন্ত কৰি সময় নষ্ট কৰাতকৈ ৰাইজে দুয়োগৰাকীৰে মাৰ্কশ্বীট দুখন চালেই গম পাব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। 01 চাকৰি বিতৰ্কই বিশেষ

ভাঙিব উইনিং কম্বিনেচন! পাকিস্তানৰ বিৰুদ্ধে ভাৰতীয় দলত দুটাকৈ ডাঙৰ পৰিৱৰ্তন! মহাচমক ৰোহিত-গম্ভীৰৰ!

মেগা মেচত কেনে হ’ব ভাৰতৰ প্ৰথম একাদশ তাক লৈ চলিছে জল্পনা-কল্পনা। বাংলাদেশৰ বিৰুদ্ধে খেলা দলেই পাকিস্তানৰ বিৰুদ্ধেও খেলিব নে কোনো পৰিৱৰ্তন হ’ব তাক লৈ চলিছে চৰ্চা। 01 দেওবাৰে আইচিচি চেম্পিয়ন্স ট্ৰফী ২০২৫ৰ মহাৰণ। যিখন মেচক

আজিৰ ৰাশিফল….

মেষ- আজিৰ দিনটোত আপোনাৰ ধন লাভ হোৱাৰ পুৰ্ণ সম্ভাৱনা আছে। সীমাহীন সৃজনাত্মক কাম আৰু উৎসাহে আপোনাক এটা লাভদায়ক দিশৰ পিনে লৈ যাব পাৰে। পৰিয়ালত আনন্দময় পৰিৱেশে বিৰাজ কৰিব। শুভ নম্বৰ-৬, শুভ ৰং-ৰঙা। বৃষ- আজিৰ আপোনাৰ শৰীৰত কিছু ক্লান্তি

পাকিস্তানৰ মাটিত ইংলেণ্ড-অষ্ট্ৰেলিয়াৰ খেলৰ সময়ত বাজি উঠিল ভাৰতীয় ৰাষ্ট্ৰীয় সংগীত! আকৌ মুখ ক’লা…

লাহোৰৰ গাড্ডাফী ষ্টেডিয়ামত পাকিস্তানৰ চেম্পিয়নছ ট্ৰফীৰ মেচৰ পূৰ্বে হঠাৎ ভাৰতীয় ৰাষ্ট্ৰীয় সংগীত ‘জন গণ মন’ বাজি উঠে। 01 লাহোৰৰ গাড্ডাফী ষ্টেডিয়ামত হঠাৎ বাজি উঠিল ‘জন গণ মন’। শনিবাৰে পাকিস্তানৰ চেম্পিয়নছ ট্ৰফীৰ