আজি পৱিত্ৰ ঈদ-উল-আযহা।ইছলাম ধৰ্মালম্বী লোকসকলৰ এক আবেগ “ঈদ-উল-আযহা”।
ইছলামিক চন্দ্ৰবৰ্ষৰ জ্বিলহাজ মাহত উদযাপিত এক ধৰ্মীয় অনুষ্ঠান ঈদ-উল-আযহা বা কুৰৱানী ঈদ।ঈদ-উল-আযহা মুলতঃ আৰবী শব্দ যদিও ইয়াৰ অৰ্থ ত্যাগৰ উৎসৱ। সেয়েহে এই পৱিত্ৰ উৎসৱক ইছলাম ধৰ্মালম্বী লোকসকলে ত্যাগৰ উৎসৱ বা কুৰবানী ঈদ হিচাপে পালন কৰা!-->…