গোলকগঞ্জৰ এটা জৰাজীৰ্ণ পথে জলা-কলা খোৱাইছে গঞা-ৰাইজক।
গোলকগঞ্জৰ এটা জৰাজীৰ্ণ পথে জলা-কলা খোৱাইছে গঞা-ৰাইজক। ৰাইজে ৰাস্তাত কঠিয়া ৰুই বিধায়ক আব্দুছ ছোবাহান সৰকাৰ মুৰ্দাবাদ ধ্বনি দি সাব্যস্ত কৰিলে প্ৰতিবাদ । প্ৰায় ৬ খনকৈ গাঁৱৰ ৰাইজে এই ৰাস্তাৰে বহু বছৰ ধৰি যাতায়াত কৰি আছে যদিও পথটোৰ জৰাজীৰ্ণ!-->…