বি টি আৰৰ পৰ্বতঝোৰাৰ বিভিন্ন অঞ্চল জলমগ্নঃ চৰকাৰাৰ নাই দৃষ্টিঃক্ষোভ উজাৰিলে ছাত্ৰ সংগঠৰ জিলা সভাপতি…

বি টি আৰৰ পৰ্বতঝোৰাৰ বিভিন্ন অঞ্চল জলমগ্নঃ চৰকাৰাৰ নাই দৃষ্টিঃক্ষোভ উজাৰিলে ছাত্ৰ সংগঠৰ জিলা সভাপতি ৷ৰাজ্যৰ উজনি অসমৰ শদিয়াৰ পৰা আৰাম্ভ কৰি নামনি অসমৰ মানকাৰচৰ আৰু বি টি আৰৰ বিভিন্ন জিলাত যোৱা কেইদিনৰ পৰা ধাৰাষাৰ বৰষুণৰ ফলত নৈ উপনৈ সমৃহৰ

বানৰ পৰা উদ্ধাৰ হোৱা এটা ১৮ মহীয়া গঁড় পোৱালি….

বানৰ পৰা উদ্ধাৰ হোৱা এই ১৮ মহীয়া গঁড় পোৱালিটোক শ্ৰীমতী পুষ্পাঞ্জলি শৰ্মাই বাঘমাৰীত আশ্ৰয় দিছিল আৰু পৰৱৰ্তী সময়ত তাৰ পৰা চি ডব্লিউ আৰ চিয়ে লৈ আহে। প্ৰত্যাহ্বানপূৰ্ণ সময়ত এই সহযোগিতামূলক প্ৰচেষ্টাবোৰে আমাৰ প্ৰাণে প্ৰাণে সঁচাকৈয়ে নতুন

পদব্ৰজে কেদাৰনাথ ধাম দৰ্শনৰ ইচ্ছা দুই যুৱকৰ।

পদব্ৰজে কেদাৰনাথ ধাম দৰ্শনৰ ইচ্ছা দুই যুৱকৰ। যোৰহাটৰ দুই যুৱক ক্ৰমে ভাস্কৰ জ্যোতি কলিতা আৰু মাধুৰ্য বৰাই খোজ কাঢ়িয়েই আৰম্ভ কৰিছে যাত্ৰা। যোৰহাটৰ পৰা যাত্ৰা আৰম্ভ কৰি ৬ টা দিনৰ অন্তত তেওঁলোক দুয়ো শনিবাৰে উপস্থিত হয়হি নগাঁৱত। প্ৰদূষণ

ভেজাল সুৰা লগত জড়িত দুই সুৰা মাফিয়াক কোকৰাঝাৰ আৰক্ষীৰ জিন্মাদ।

ভেজাল সুৰা লগত জড়িত দুই সুৰা মাফিয়াক কোকৰাঝাৰ আৰক্ষীৰ জিন্মাদ। ভেজাল সুৰাৰ মাফিয়া বঙাইগাওৰ প্ৰদীপ মাহতো আৰু মুকেশ চৌধুৰীক যোৱা ৫ জুনত বঙাইগাওৰ পৰা আটক কৰাত সক্ষম হৈছে কোকৰাঝাৰ আৰক্ষীয়ে।যোৱা ৫ জুনত বঙাইগাঁওৰ পৰা কোকৰাঝাৰ থানাত আটক কৰি

তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ক আনুষ্ঠানিকভাৱে স্বীকৃতি প্ৰদান কৰি বছৰি ১০০ খন আসনৰ নামভৰ্তিৰ…

অসমবাসীৰ বাবে এক ডাঙৰ খবৰ ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ক আনুষ্ঠানিকভাৱে স্বীকৃতি প্ৰদান কৰি বছৰি ১০০ খন আসনৰ নামভৰ্তিৰ অনুমোদন জনাইছে। এই সংযোজনৰ লগে লগে অসমৰ চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা এতিয়া ১৩খনলৈ বৃদ্ধি

হোজাইত মাটিৰ দালালৰ বিৰুদ্ধে সংবাদমেল এগৰাকী ভুক্তভোগীৰ।

হোজাইত মাটিৰ দালালৰ বিৰুদ্ধে সংবাদমেল এগৰাকী ভুক্তভোগীৰ। প্ৰদীপ চৌহান নামৰ এগৰাকী ব্যক্তিৰ বিৰুদ্ধে সংবাদমেল আয়োজন কৰিলে লালবিহাৰী গুপ্তা নামৰ এজন লোকে। প্ৰদীপ চৌহান নামৰ ব্যক্তিজনে লালবিহাৰী গুপ্তাৰ হোজাই ৰাজহ চক্ৰৰ অধীনৰ ৰামপুৰ কিছামতৰ

শিঙাৰপাক, তাৰাঙ্গাপুৰ বেলতলী চ’ৰ আদিকে ধৰি প্ৰায় অধিকাংশ গাৱ পানীৰ তলত।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰাল কৈ ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চ'ৰ শিঙাৰপাক, তাৰাঙ্গাপুৰ বেলতলী চ'ৰ আদিকে ধৰি প্ৰায় অধিকাংশ গাৱ পানীৰ তলত। ধীৰেৰচৰ তাৰংগাপুৰ গাঁৱ পঞ্চায়তৰ লগতে পুঠিমাৰী, হাতীপোতা, শালকোচা গাঁৱ পঞ্চায়তো

সন্ধান দিওঁতালৈ ১০ হাজাৰ টকাৰ পুৰস্কাৰ ।

সন্ধান দিওঁতালৈ ১০ হাজাৰ টকাৰ পুৰস্কাৰ । পত্নীক হেৰুৱাই দিশহাৰা এগৰাকী স্বামী। পৰকীয়া প্ৰেমে ধ্বংস কৰিলে এখন সুখৰ সংসাৰ । খুলশালীয়েকক লৈ পলাল ভিনিহীঘটনা ৰূপহীহাটৰ। ৰূপহীহাটৰ কাঠপাৰাৰ চফিকুল ইছলাম নামৰ ব্যক্তিজনে পত্নীসহ সাতমাহ পূৰ্বে

শিলচৰ তাৰাপুৰ উৰণীয়া সেঁতুৰ ওপৰত অঘটন l

শিলচৰ তাৰাপুৰ উৰণীয়া সেঁতুৰ ওপৰত অঘটন l নিশা এখন ৰিকাভাৰী ভেনে শিলচৰৰ তাৰাপুৰ উৰণীয়া সেঁতুৰ ওপৰৰে এখন ট্ৰাক টানি কৰিমগঞ্জৰ দিশে লৈ গৈ থকাৰ সময়ত সংঘটিত হয় দুৰ্ঘটনা। উৰণীয়া সেঁতুৰ শেষত অৰ্থাৎ ই এণ্ড ডি কলনী অঞ্চলত নিয়ন্ত্ৰণ হেৰুৱাই এখন