হোজাইত অধিক অৱনতি ঘটিছে বান পৰিস্থিতিৰ।

হোজাইত অধিক অৱনতি ঘটিছে বান পৰিস্থিতিৰ।নেৰানেপেৰা বৰষুণৰ বাবে কপিলী নদীৰ জলস্তৰ বৃদ্ধি পোৱাত ঠেপলাগুৰি, যাঠিওৰা,কোঁমোৰাকাটা অঞ্চলকে ধৰি কেইবাখনো গাওঁ এতিয়া পানীৰ তলত।

জুৰীয়াৰ জেঙনিত বাঘৰ সন্ত্ৰাস।

জুৰীয়াৰ জেঙনিত বাঘৰ সন্ত্ৰাস। পথাৰত কাম কৰি থকা অৱস্থাতে দুজনকৈ লোকক বাঘৰ আক্ৰমণ। সংকটজনক অৱস্থাত আহত দুয়োজন লোক। উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ ব্যক্তি দুগৰাকীক। লাওখোৱাৰ পাৰ্শ্বৱৰ্তী জেঙনিত সংঘটিত হৈছে এই ঘটনা। বাঘৰ আক্ৰমণত আহত

আল-হাৰামাইন হজ্ব ওমৰাহ এটা টোৰচ অফ ইণ্ডিয়াই লৈ আহিছে এই সুখবৰ।

আল-হাৰামাইন হজ্ব ওমৰাহ এটা টোৰচ অফ ইণ্ডিয়াই লৈ আহিছে এই সুখবৰ আল-হাৰামাইন হজ্ব ওমৰাহ টোৰচ অফ ইণ্ডিয়াৰ জৰিয়তে কম মূল্যত যাব পাৰিব ওমৰাহ হজ্বলৈ

ওৰাং ৰাষ্ট্ৰীয় উদ্যান বানৰ কৱলত।

ওৰাং ৰাষ্ট্ৰীয় উদ্যান বানৰ কৱলত। ধনশ্ৰী,পাঁচ নৈ আৰু ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নী পানীৰ ফলত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত সৃষ্টি হৈছে এক ভয়াৱহ পৰিস্থিতি৷

কাছাৰত সংঘটিত এক শোকাবহ ঘটনা।

কাছাৰত সংঘটিত এক শোকাবহ ঘটনা। ভুমিস্খলনত মৃত্যু পিতা পুত্ৰৰ । শোকাবহ ঘটনাটো সংঘটিত হৈছে কাছাৰ জিলাৰ উধাৰবন্দ চলিতাকান্দিত। ভুমিস্খলনত মৃত্যু আজিৰ উদ্দিন আৰু তেওঁৰ ৬ মহীয়া পুত্ৰ আসিফ উদ্দিনৰ। আনহাতে গুৰুত্বৰ ভাবে আহত আজিৰ উদ্দিনৰ পত্নী

হাতীমুৰাত সংলগ্ন গাইড বান্ধ খহালে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী

হাতীমুৰাত সংলগ্ন গাইড বান্ধ খহালে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়েকলং নৈয়েদি সোমাইছে ব্ৰহ্মপুত্ৰৰ পানীনগাঁও জিলা ভয়ংকৰ বানৰ কবলত পৰাৰ আশংকা