ৰণক্ষেত্ৰত পৰিণত এখন বিদ্যালয়।
এখন বিদ্যালয়ৰ সন্মুখত দুই ফৈদৰ মাজত তয়াময়া ৰণ।
এখন বিদ্যালয় পৰিচালনা সমিতিৰ দুটা ফৈদৰ মাজত সংঘাত ।
এই নাভূত নাশ্ৰুত ঘটনা সংঘটিত হৈছে গোলকগঞ্জ শিক্ষাখণ্ডৰ ভাৰত বাংলাদেশ সীমান্তৰৰাখালপাটৰ সীমান্ত বিদ্যা নিকেতন এম ই স্কুলত।
!-->!-->!-->!-->!-->!-->!-->!-->!-->…