সীমান্ত সন্দৰ্ভত ভাৰতক অহংকাৰ প্ৰদৰ্শন কৰা বাংলাদেশৰ কোনখন দেশৰ সৈতে ব্যৱসায়িক চুক্তি?
দিনক দিনে ভাৰতৰ লগত বাংলাদেশৰ উত্তেজনা বৃদ্ধি হৈ আছে। সীমা বিবাদ উত্থাপন কৰি, কেতিয়াবা শ্বেখ হাছিনাক ঘূৰাই অনাৰ দাবীৰে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে ভাৰতক পছন্দ নকৰে বুলি স্পষ্ট বাৰ্তা দিয়ে। আনহাতে, এই একেখন চৰকাৰে পাকিস্তানৰ সৈতে!-->!-->!-->…