7th Pay commission : ২০২৫ বৰ্ষটোত চৰকাৰী কৰ্মচাৰীসকলে পাব ডাঙৰ সুখবৰ! এইবাৰ কিমান বৃদ্ধি পাব DA?
7th Pay Commission DA Hike 2025: নতুন বছৰ ২০২৫ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ডাঙৰ সুখবৰ লৈ আহিব পাৰে। কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে ডিএ বৃদ্ধিৰ অপেক্ষা কৰিছে। সপ্তম বেতন আয়োগৰ অধীনত DA গণনা AICPI (All India!-->!-->!-->…