সাংস্কৃতিক অনুষ্ঠানত অসমীয়া গীত পৰিবেশন কৰাত বাধা দিয়া লোকৰ ক্ষমা বিচাৰি প্ৰাৰ্থনা
যোৱা ১২ অক্টোবৰ, ২০২৪ তাৰিখে নাহৰকটীয়াৰ উমাতাৰা চাহ বাগিচাত দুৰ্গা পূূজাৰ লগতে সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হৈছিল । সাংস্কৃতিক অনুষ্ঠানটিত গীত পৰিবেশন কৰিবলৈ সাপেখাটীৰপৰা শিল্পী এগৰাকীক আমন্ত্ৰন কৰা হৈছিল । শিল্পী গৰাকীয়ে গীত পৰিবেশন কৰি!-->…