ডিগবৈত ১৯ টা নামঘৰে একত্ৰিত হৈ অনুষ্ঠিত কৰা শংকৰজন্মোৎসৱ ৰ আজিৰে আৰম্ভ

ডিগবৈত ১৯ টা নামঘৰে একত্ৰিত হৈ অনুষ্ঠিত কৰা শংকৰজন্মোৎসৱ ৰ আজিৰে আৰম্ভ । ২ নং বৰবিল সাৰ্বজনীন নামঘৰত অনুষ্ঠিত কৰা জন্মোৎসৱৰ আজি ভাগৱত ভ্ৰমনে দৃষ্টি আকৰ্ষণ কৰিছে । বিশাল ভাগৱত ভ্ৰমন ত শ শ ভক্তপ্ৰান ৰাইজে অংশগ্ৰহণ কৰি হৰিনাম ধ্বনিৰে

আজি ৰাজ্যৰ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জন্মদিন

আজি ৰাজ্যৰ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জন্মদিন। জন্মদিনৰ উপলক্ষে তেখেতৰ পুত্ৰ তথা যোৰহাট লোকসভা সমষ্টিৰ সা‌ংসদ গৌৰৱ গগৈক দেখা গল যোৰহাটৰ শ্ৰী শ্ৰী বুঢ়ী গোসাঁনী দেৱালয়ত চাকি- বন্তি জল্বাই মা- দুৰ্গা ৰ চৰণত আশিষ নিৰ্মালী গ্ৰহন

মৈৰাবাৰীত উলহ মালহেৰে দুৰ্গা পূজাৰ আয়োজন

মৈৰাবাৰীত উলহ মালহেৰে দুৰ্গা পূজাৰ আয়োজন। পূজা মণ্ডপৰ পৰা অসমবাসীক শান্তি শৃংখলা বজাই ৰখাৰ আহ্বান হিন্দু সম্প্ৰদায়ী লোকৰ। সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ মৈৰাবাৰীতো চলিছে দেৱী দূৰ্গাৰ পূজা অৰ্চনা । শাৰদীয় দুৰ্গা পূজাৰ সময়ত মৈৰাবাৰীৰ সাৰ্বজনীন

আজিৰ ৰাশি ফল …..

মেষ ৰাশি - আপোনাৰ ব্যক্তিত্ব আজি সুগন্ধিৰ দৰে বিয়পিব আৰু সকলোকে আকৰ্ষিত কৰিব। আৰ্থিক ভাৱে আজি আপুনি বহুত সুখ পাব আৰু ফলস্বৰূপে আপোনাৰ আগৰ ধাৰৰ পৰা নিজকে মুক্ত কৰিব পৰিব। আজিৰ দিনাখন বিনা একো বিশেষ কৰাকৈ আপুনি সহজতে অন্য লোক সকলৰ ধ্যান

প্ৰতিবাৰৰ দৰে এইবাৰো মহাসভাৰ সন্ধিয়া হাফলঙত ঘৰুৱা পৰিবেশত সপ্তম মৈত্ৰী শৰদ নম্বৰ উন্মোচন কৰা হয়

প্ৰতিবাৰৰ দৰে এইবাৰো মহাসভাৰ সন্ধিয়া হাফলঙত ঘৰুৱা পৰিবেশত সপ্তম মৈত্ৰী শৰদ নম্বৰ উন্মোচন কৰা হয়, প্ৰসংগক্ৰমে ২০১৮ চনৰ পৰাই দ্বিভাষিক (অসমীয়া আৰু বাংলা) ভাষাৰ বন্ধুত্বৰ এই পথটো চলি আহিছে। ২০১৭ চনত ডিমা হাচাও সাহিত্য সংস্কুৰ পৰিষদে

মই এতিয়াও জীয়াই আছোঁ” মৰিগাঁও জিলাৰ এগৰাকী যুৱলেখক কবি বাহাৰুল উলুম চৌধুৰীৰ প্ৰথমখন কবিতাপুথি

"মই এতিয়াও জীয়াই আছোঁ" মৰিগাঁও জিলাৰ এগৰাকী যুৱলেখক কবি বাহাৰুল উলুম চৌধুৰীৰ প্ৰথমখন কবিতাপুথি। এই কবিতাপুথি খন উন্মোচন কৰে মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাদেৱে। বাহাৰুল উলুম চৌধুৰী সংবাদজগতত এক চিনাকি নাম। সাংবাদিকতাৰ সমান্তৰালকৈ বিগত

ডিফুত কাৰ্বি আংলং প্ৰাথমিক শিক্ষক সন্থাৰ ৬৬ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন।

১৯৫৮ বৰ্ষত আজিৰ দিনটোতে পোন প্ৰথম বাৰৰ বাবে প্ৰতিষ্ঠা কৰা হৈছিল কাৰ্বি আংলং প্ৰাথমিক শিক্ষক সন্থা। বৃহস্পতিবাবে ডিফুৰ লগতে জিলাখনৰ তিনিটা উপসন্থা বোকাজান,হামৰেন আৰু হাওৰাঘাটতো একেৰাহে চলিছে প্ৰতিষ্ঠা দিৱসৰ দিনজোৰা কাৰ্যসূচী।

এইবাৰ পূজা যাবলৈ যাওঁতে হওঁক সাৱধান

এইবাৰ পূজা যাবলৈ যাওঁতে হওঁক সাৱধান ! নলবাৰীৰ এখন পূজাস্থলীত দেখা গ'ল অপৰাধী কক্ষ । ১০৫ সংখ্যক নলবাৰী জিলাৰ ঐতিহ্যমণ্ডিত সাহপুৰ দুৰ্গা পূজা মহোৎসৱৰ বাকৰিত দেখা গ'ল এই দৃশ্য ! অপৰাধী কক্ষৰ আছে নিদ্দিষ্ট ৰখীয়া, আছে বহু নিয়ম কানুন !

বোকাখাত বিহৰাৰ মিকিৰচাংৰ হাতী মানুহৰ সংঘাত দূৰ কৰাৰ বাবে এইবাৰ হাতে কামে লাগিল সামাজিক সংগঠন

বোকাখাত বিহৰাৰ মিকিৰচাংৰ হাতী মানুহৰ সংঘাত দূৰ কৰাৰ বাবে এইবাৰ হাতে কামে লাগিল সামাজিক সংগঠন বোকাখাতৰ ফেচেংবৰ হেৰিটেজ ।কাজিৰঙাৰ প্ৰকৃতিপ্ৰেমী অনুষ্ঠান দ্যা কৰবেট ফাউণ্ডেচনৰ সহযোগ আৰু পৃষ্ঠপোষকতাত অত্যাধুনিক টৰ্চ লাইট বিতৰণ কৰি হাতী খেদাৰ

আজিৰ ৰাশি ফল ……

মেষ ৰাশি - আপোনাৰ দয়াবান প্ৰকৃতি আপোনাৰ এক আশীৰ্বাদ ৰূপে প্ৰকাশ পাব কাৰণ এই আশীৰ্বাদে আপোনাক সন্দেহ , অনৈতিকতা, লোভ আৰু হিংসা আদি বেয়া শক্তিৰ পৰা বচাই ৰাখিব। জীৱন সংগীৰ শাৰিৰীক অৱস্থা বেয়া হোৱা বাবে আপোনাৰ ধন খৰচ হব পাৰে কিন্তু