স্বচ্ছ ভাৰত অভিযানৰ অধীনত প্ৰথমবাৰৰ বাবে হাফলং চহৰখন সম্পূৰ্ণ প্লাষ্টিকমুক্ত কৰাৰ এক নতুন পদক্ষেপ…

স্বচ্ছ ভাৰত অভিযানৰ অধীনত প্ৰথমবাৰৰ বাবে হাফলং চহৰখন সম্পূৰ্ণ প্লাষ্টিকমুক্ত কৰাৰ এক নতুন পদক্ষেপ গ্ৰহণ কৰিছে হাফলং পৌৰ ব’ৰ্ডে। আৰু এই প্লাষ্টিক মুক্ত কৰাৰ নতুন পদক্ষেপ হ’ল হাফলঙৰ বিভিন্ন অঞ্চলত সিঁচৰতি হৈ থকা সকলো ধৰণৰ প্লাষ্টিক সামগ্ৰী

বিশ্বনাথত নিযুত মইনা আচঁনিৰ শুভাৰম্ভ

বাল্য বিবাহৰ দৰে সামাজিক ব্যাধি প্ৰতিৰোধৰ উদ্দেশ্যে অসম চৰকাৰে গ্রহণ কৰা এক শক্তিশালী পদক্ষেপ নিযুত মইনা আঁচনিৰ অধীনত বিশ্বনাথ জিলাতো আর্থিক অনুদান প্রদান কাৰ্যসূচী ৰূপায়ন কৰা হৈছে। ইতিমধ্যে বিশ্বনাথ বিধানসভা সমষ্টিৰ বাবে বিশ্বনাথ জিলা

নগাঁৱৰ হুজ গাঁৱৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা।

নগাঁৱৰ হুজ গাঁৱৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা। মহিন্দ্ৰা ডিআই বাহন আৰু মটৰচাইকেলৰ মাজত মুখা মুখী সংঘৰ্ষ। মটৰচাকেলত অহা দুজন আৰোহী গুৰুতৰ ভাবে আঘাত প্ৰাপ্ত হয় মহিন্দ্ৰা ডি আই বাহনৰ চালকে বাহন এৰি পলায়ন কৰে। মহিন্দ্ৰা ডি আই খনৰ

মধ্য কামৰূপ মহাবিদ্যালয়ত নিযুত মইনা আঁচনিৰ চেক বিতৰণ

অসম চৰকাৰৰ অভিলাসী আঁচনি নিজুত মইনা আঁচনিৰ অধীনত বৰপেটা জিলা প্ৰশাসনৰ সহযোগত চেঙা সমষ্টিৰ মধ্য কামৰূপ মহাবিদ্যালয়ত আনুষ্ঠানিক ভাৱে ছাত্ৰ ছাত্ৰী সকলক আজি চেক বিতৰণ কৰা হৈছে ।মাহেকীয়া আৰ্থিক সাহায্য আঁচনিৰ আজি প্ৰথম বেচৰ ৫১০ গৰাকী ছাত্ৰ

ধুবুৰী ভোলানাথ মহাবিদ্যালয়ত উত্তপ্ত পৰিস্থিতিঃছাত্ৰ একতা সভাৰ নিৰ্বাচনক লৈ এই উত্তপ্ত পৰিস্থিতি

ধুবুৰী ভোলানাথ মহাবিদ্যালয়ত উত্তপ্ত পৰিস্থিতিঃছাত্ৰ একতা সভাৰ নিৰ্বাচনক লৈ এই উত্তপ্ত পৰিস্থিতি ৷যোৱা কালি ধুবুৰী ভোলানাথ মহাবিদ্যালয়ত অনুষ্টিত হৈছিল ছাত্ৰ একতা সভাৰ নিৰ্বাচন ৷আজি ভোট গননা চলি থকাৰ সময়ত মহাবিদ্যালয় খনত এক উত্তপ্ত

দোতমা ইউএন ব্ৰহ্ম মহাবিদ্যালয়ত নিযুত মইনা আচনিৰ শুভউদ্বোধন ।

অসমৰ মূখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই শিক্ষাৰ্থী সকলোৰ বাবে নিযুত মইনা আচনিৰ শুভ উদ্বোধন কৰাৰ পিছতে আজি কোকৰাঝাৰ জিলাৰ দোতমাস্থ ইউএন বি মহাবিদ্যালয়তো নিযুত মইনা আছনিৰ শুভ উদ্বোধন কৰি শিক্ষাৰ্থী সকলোৰ মাজত চেক বিতৰন কৰে বিটিছিৰ প্ৰাক্তন

নাজিৰাৰ গড়গাঁৱত ৭ আৰু ৮ অক্টোবৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ ২৮সংখ্যক প্ৰতিষ্ঠা…

নাজিৰাৰ গড়গাঁৱত ৭ আৰু ৮ অক্টোবৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ ২৮সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ প্ৰস্তুতি সাংস্কৃতিক উপ সমিতিৰ তত্বাৱধানত প্ৰতিষ্ঠা দিৱসত পৰিবেশন হ'ব লগা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ পূৰ্ণ গতিত চলিছে আখৰা

দেৰগাঁৱত দাধৰা আহোম পথাৰত ভয়ঙ্কৰ পথ দুৰ্ঘটনা

দেৰগাঁৱত দাধৰা আহোম পথাৰত ভয়ঙ্কৰ পথ দুৰ্ঘটনা ৷ কথমপি ৰক্ষা পৰিল এজনৰ ৷এখন এলপি গাড়ীত কাঠৰ ফান্তা কঢ়িয়াই আনিছিল ৷ স্বাগতম নামৰ এখন হোটেলত কাঠ কঢ়িয়াই অনা গাড়ীখনে দুৰ্ঘটনা ঘটাই ৷ হোটেল খনৰ বহুত ক্ষয়ক্ষতি হয় ৷হোটেলৰ গৰাকীৰ নাম ৷বুবুল শইকীয়া

ঐতিহ্যমণ্ডিত নাজিৰা নাট্য মন্দিৰৰ স্থায়ী তোৰণৰ শুভ উদ্বোধন

১৯১৮ চনত স্থাপিত হোৱা ঐতিহ্যমণ্ডিত নাজিৰা নাট্য মন্দিৰৰ স্থায়ী তোৰণ খনি আজি আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে গুৱাহাটীস্থ অসম সংগীত মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সংগীত সাধক - বিশিষ্ট শিল্পী বিদ্যুৎ মিশ্ৰই । ইয়াৰ পিছতে নাজিৰা নাট্য

বুলবুলে কাছাৰ হজৰত মৌলানা ফখৰ উদ্দিন আৰু আমাৰ মাজত নাই

বৰাক উপত্যকাৰ সকলোৰ চিনাকি বৰাকবাসীয়ে হেৰুৱাইছে আন এজন ইছলামিক তাৰকা,উজ্জ্বল নক্ষত্ৰ, বিশিষ্ট ইছলামিক পণ্ডিত মৌলানা ফখৰুদ্দিন চাহাবৰ চিৰদিনৰ বাবে দেহাৱসান ঘটে।যোৱা কিছুদিন ধৰি অসুস্থ হৈ থকাৰ পিছত অৱশেষত, শিলচৰ চাউথ চিটি হাস্পতালত ভৰ্তি