৭৭ নং বিহালী বিধান সভা সমষ্টিৰ উপ নিৰ্বাচন বিজেপি দলৰ প্ৰাৰ্থী দিগন্ত ঘটোৱালৰ জয় লাভ
৭৭ নং বিহালী বিধান সভা সমষ্টিৰ উপ নিৰ্বাচন বিজেপি দলৰ প্ৰাৰ্থী দিগন্ত ঘটোৱালৰ জয় লাভ l নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ প্ৰাৰ্থী জয়ন্ত বৰাক ৯০৫৬টা ভোটত পৰাজিত কৰি বিজয় সাইবস্ত হয় পুনৰ বিজেপিৰ দখলত গল বিহালী সমষ্টি l ১৩ নং অৰ্থাৎ অন্তিমটো!-->…