ড্ৰাগছৰ কবলত পৰি সকলো হেৰুৱাই অৱশেষত নিজৰ ঘৰতে জুই লগালে এজন যুৱকে

ড্ৰাগছৰ কবলত পৰি সকলো হেৰুৱাই অৱশেষত নিজৰ ঘৰতে জুই লগালে এজন যুৱকে। যুৱকজনৰ নাম ৰফিকুল ইছলাম ওৰফে টেম্পো। ঘৰ মৈৰাবাৰী হাইস্কুল তিনি আলিৰ ওচৰত। ড্ৰাগছ সেৱন কৰিব নাপাই অতিষ্ট হৈ যোৱা নিশা নিজ ঘৰতে অগ্নি সংযোগ কৰিছিল ৰফিকুল ওৰফে টেম্পুৱে। তাৰ

আজিৰ ৰাশি ফল ……

মেষ ৰাশি - স্বাস্থ্য ভালে থাকিব। আপোনাৰ অস্থাৱৰ সম্পত্তি কোনোবাই আজি চুৰি কৰিব পাৰে সেইবাবে যিমান পাৰে এই বিশয়ত গুৰুত্ব দিব। ঘৰ সলনি কৰাৰ বাবে আজি বহুত ভাল দিন। প্ৰেমৰ বিষয়ত কাৰো ওপৰত চাপৰ সৃষ্টি নকৰিব। আজি আপুনিি নতুন চিন্তা ধাৰা ৰে

শিৱসাগৰত গৰু চুৰৰ চাঞ্চল্যকৰ কাণ্ড

ৰাজ্যজুৰি এতিয়া গৰু চুৰৰ আতংক | লগতে এই গৰু সমূহ বাংলাদেশ আৰু নগালেণ্ডলৈ দৈনিক সৰবৰাহ হৈ আহিছে | জয়সাগৰস্থ আমগুৰি ঘাটৰ দিখৌ দলঙৰ সংযোগী পথত বাহন চুৰি গৰু কঢ়িয়াই নিয়া এখন বাহন দুৰ্ঘটনাগ্ৰস্থ | দুৰ্ঘটনাগ্ৰস্থ বাহনখনে মহতীয়াই নিলে ব্যৱসায়ীক

আজি আনুষ্ঠানিকভাবে অসম জাতীয় পৰিষদত যোগদান কৰে বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈয়ে

আজি আনুষ্ঠানিকভাবে অসম জাতীয় পৰিষদত যোগদান কৰে বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈয়ে ।বোকাখাত বিধানসভা সমষ্টিৰ দুবাৰকৈ বিধায়ক জীতেন গগৈৰ লগতে বোকাখাত নিৰ্মান গোটৰ বহু সদস্য আৰু সমৰ্থক চামিল হ'ল জাতীয় পৰিষদত ।বোকাখাত নাট্যমন্দিৰত অনুষ্ঠিত

নগাঁৱৰ কলেজ অফ এডুকেশ্বনৰ নাকৰ (NAAC) B++ গ্ৰেড ভাল ।

নগাঁৱৰ কলেজ অফ এডুকেশ্বনৰ নাকৰ (NAAC) B++ গ্ৰেড ভাল । নগাঁও কলেজ অফ এডুকেশ্বন অসমৰ ভিতৰত একমাত্ৰ শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠান যিয়ে দুবাৰকৈ নাকৰ দ্বাৰা স্বীকৃত আৰু গ্ৰেড পাবলৈ সক্ষম হৈছে। এই খৱৰ লাভ কৰা পাছতেই মহাবিদ্যালয় খনৰ উৎসৱ

ৰাজ্যৰ আন ঠাইসমূহৰ দৰে বোকাখাতেও এতিয়াৰে পৰা সমজিলাৰ মৰ্যাদা লাভ কৰে ।

BOKAKHAT CO DRISTRICT OPENING BY MINISTER ATUL BORA. ৰাজ্যৰ আন ঠাইসমূহৰ দৰে বোকাখাতেও এতিয়াৰে পৰা সমজিলাৰ মৰ্যাদা লাভ কৰে ।বোকাখাতত গোলাঘাট জিলাৰ সমজিলাৰ শুভ উদ্বোধন কৰে অসম চৰকাৰৰ কৃষি-পশুপালন আদিৰ কেবিনেটমন্ত্ৰী অতুল বৰাই । গোলাঘাট

মন্ত্ৰী অজন্তা নেওগে ফিটা কাটি উদ্বোধন কৰে তিতাবৰ সম জিলাৰ।

আজিৰ পৰা সম জিলা লৈ ৰূপান্তৰ হল তিতাবৰ মহকুমা। মন্ত্ৰী অজন্তা নেওগে ফিটা কাটি উদ্বোধন কৰে তিতাবৰ সম জিলাৰ।আজি উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে তিতাবৰৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱা, মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী,যোৰহাট জিলা আয়ুক্ত জয় শিৱানী

হাউলী আৰক্ষীৰ বৃহৎ সফলতা

বৰপেটা জিলাৰ হাউলী আৰক্ষীয়ে লাভ কৰিছে বৃহৎ সফলতা। এইবাৰ হাউলী আৰক্ষীৰ জালত পৰিছে তিনিটাকৈ চিলনী চোৰ। ধৃত চিলনী চোৰ তিনিটা বৰপেটা ৰোড থানাৰ অন্তৰ্গত কাটাঝাৰ পাথাৰ গাঁৱৰ চহিদুল ইছলাম, ইনচান আলী আৰু জাকিৰ আলী। যোৱা ২৯ ছেপ্টেম্বৰত এগৰাকী

প্ৰতি বছৰৰ দৰে এই বছৰো দেবী দুৰ্গাৰ মূৰ্ত্তি সমূহ নন ৰুপৰ সজাই পৰাই তুলিছে

প্ৰতি বছৰৰ দৰে এই বছৰো দেবী দুৰ্গাৰ মূৰ্ত্তি সমূহ নন ৰুপৰ সজাই পৰাই তুলিছে শিল্পী সকলে আমি তেনে এক প্ৰতিবেদন লৈ উপস্থিত হৈ ছিলো । দুলীয়াজানৰ সমষ্টিৰ কাষত বৰডুবিত সেই শিল্পী সকলে আমাক জনায় যে প্ৰায় দুমাহ ধৰি আমি বিভিন্ন ঠাইত বস্তু যোগাৰ

তেজপুৰৰ অস্থায়ী চ’ক বজাৰ খনৰ ব্যৱসায়িক সকলৰ এটিয়া পানীত হাহ নচৰা অৱস্থা, ব্যৱসায়ি সকলে মোৰে…

পূজা বা বিহু আহিলেই এটা সময়ত তেজপুৰ চ'ক বজাৰত বিৰলি বাত নোপোৱা এই চ'ক বজাৰ খন কাহ পৰি জিন যোৱা যেন পৰিৱেশ বিৰাজ কৰিছে ৷পূৰ্বৰ চ'ক বজাৰ খন নতুনকৈ নিৰ্মানৰ কাম আৰম্ভ কৰাৰ পিচত বজাৰ খনৰ ব্যৱসায়িক প্ৰতিষ্ঠান সমূহৰ বাবে অস্থায়ী ভাবে ব্যৱসায়