আজিৰ ৰাশি ফল ……

মেষ ৰাশি - নিজৰ ভাৱনাত বিশেষকৈ খঙত নিয়ন্ত্ৰণ ৰাখক। যিবিলাক লোকে কোনোবা অজ্ঞাত লোকৰ পৰামৰ্শ অনুযায়ী কৰবাত আৰ্থিক বা অন্য কিবা পণ্য নিৱেশ কৰিছিল সিহঁতৰ আজি লাভ হোৱাৰ পুৰ্ণ সম্ভৱনা আছে। যেতিয়া আপুুনি বিনিয়োগ কৰাৰ প্ৰশ্ন সন্মুখত আহিব

বিশ্বনাথ জিলাৰ মোনাবাৰী গাওঁ পঞ্চায়তত গাওঁ সভা

বিশ্বনাথ জিলাৰ মোনাবাৰী গাওঁ পঞ্চায়তত গাওঁ সভাপ্ৰতিখন ৱাৰ্ডৰ পৰা শতাধিক লোক ওলাই আহিল নিজৰ নিজৰ অভাৱ অভিযোগ লৈ আজি মোনাবাৰী গাওঁ পঞ্চায়তত প্ৰতিবছৰৰ দৰে এইবছৰৰো গাওঁ সভা অনুস্থিত কৰা হয় l এইবেলি দেখাগল সহস্ৰৰাধিক ৰইজ ওলাই আহিল গাওঁ

ফকিৰাগ্ৰাম সমষ্টিবাসীলৈ এখন বলেৰো বাহন প্ৰদান বিটিছিৰ ইএম অৰূপ কুমাৰ দেৰ

ফকিৰাগ্ৰাম সমষ্টিবাসীলৈ এখন বলেৰো বাহন প্ৰদান বিটিছিৰ ইএম অৰূপ কুমাৰ দেৰ ।ফকিৰাগ্ৰাম সমষ্টিৰ সৰ্বসাধাৰন ৰোগীৰ লগতে দলীয় কাৰ্যকৰ্তাৰ সুবিধাৰ্থে আজি মহালয়া তিথি আৰু গান্ধী জয়ন্তী উপলক্ষে এখন বলেৰো গাড়ী সমষ্টিবাসীৰ হাতত প্ৰদান কৰে বিটিছিৰ ইএম

আজিৰ ৰাশি ফল …..

মেষ ৰাশি -নিজৰ স্বাস্থ্যৰ যত্ন লোৱাৰ বাবে চিঞৰ বাখৰ কৰাৰ পৰা বিৰত থাকক। আজি এই ৰাশিৰ চাকৰি বিচাৰি থকা কিছুমান লোকে চাকৰি পাব পাৰে আৰু সিহঁতৰ আৰ্থিক অৱস্থাৰ উন্নতি হব পাৰে। এক ঘনিষ্ঠ আত্মীয় নিজৰ বাবে আপোনাৰ অধিক যতন লব, অৱশ্যে তেখেত বহুত

আজিৰ ৰাশি ফল ……

মেষ ৰাশি - স্বাস্থ্যৰ ৰ ওপৰত যত্ন লোৱা আৱশ্যকতা আছে। আজিৰ দিনটো ইমান লাভদায়ক নহ'ব,এইবাবে আপুনি নিজৰ পইচাৰ ওপৰত চকু দিয়া উচিত আৰু প্ৰয়োজনতকৈ অধিক খৰচ কৰা উচিত নহ'ব। সন্তানৰ লগত জড়িত সমস্যা সমূহৰ সমাধান উলিয়াবৰ বাবে অলপ সময় বেলেগ

আঠ দিনীয়া বৰ্ণাঢ়্য কাৰ্যসূচীৰে তৈল নগৰী ডিগবৈত ৰাষ্ট্ৰীয় গ্ৰন্থমেলা আয়োজন।

চলিত বৰ্ষৰ ২০২৪ চনৰ ডিচেম্বৰ মাহৰ ১ তাৰিখৰ পৰা ৮ তাৰিখ লৈকে ডিগবৈত সামাজিক, সাংস্কৃতিক, শিক্ষা আৰু ক্ৰীড়া উন্নয়নৰ এক স্বেচ্ছাসেৱী অনুষ্ঠান প্ৰয়াস ৰ উদ্যোগত সদৌ অসম পুথি বিক্ৰেতা আৰু প্ৰকাশন সংস্থাৰ সহযোগত এখনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ

আগমনীত সদৌ অসম জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাৰ ধুবুৰী জিলাৰ পূৰ্ণাঙ্গ সমিতি গঠন

আজিৰ এই সদৌ অসম জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাৰ ধুবুৰী জিলা সমিতিৰ সভাপতি হিচাপে সন্মানীয় নুৰুল হক চাহাবক নিৰ্বাচিত কৰে আৰু সম্পাদক হিচাপে ৰফিক আলী আকন্দক নিৰ্বাচিত কৰি ৪২ জনীয়া সমিতি হিচাপে লৈ ধুবুৰী জিলাৰ পূৰ্ণাঙ্গ সমিতি গঠন

মায়ঙৰ বালিমুখত ভয়ংকৰ পথ দুৰ্ঘটনা

আজি বিয়লি পাঁচ বজাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা গুৰুতৰ বাবে আঘাতপ্ৰাপ্ত এজন ৷ সংকটজনক অৱস্থাত GMCH লৈ প্ৰেৰণ ৷ ঝাৰগাৱৰ পৰা সিধাগুৰিলৈ গৈ থকা এখন নম্বৰ বিহীন CNG অটো গাড়ী এখনে আগফালৰ পৰা আহি থকা টম টমৰ যাত্ৰী এজনক খুন্দিয়াই ৰাস্তাত পেলাই

বিহালী সমষ্টিৰ অন্তৰ্গত মোনাবাৰী বস্তিত উলহমালহেৰে কৰম উৎসৱ উদযাপন

বিহালী সমষ্টিৰ অন্তৰ্গত মোনাবাৰী বস্তিত উলহমালহেৰে কৰম উৎসৱ উদযাপন কৰা হয়।মোনাবাৰী বস্তিৰ কৰম উদযাপন সমিতি আৰু সমুহ ৰাইজৰ সহযোগত আদিবাসী সকলৰ হিয়াৰ আমঠু কৰম উৎসৱটি উদযাপন কৰা পৰিলক্ষিত হয় । মোনাবাৰী বস্তিৰ এই কৰম উৎসৱটি এইবেলি সম্পূৰ্ণ

বোকাজানৰ ৰানচিগাওঁত উদযাপন কৰা হয় কৰম পূজা

অসমত কৰম পৰব বা কৰম পূজা বছৰৰ তিনিটা সময়ত আয়োজন কৰা হয়।ভাদ,আহিন আৰু আঘোণ মাহত কৰম পূজা পালন কৰা হয়।কৰবাত যদি তিনিদিন,কৰবাত পাঁচ দিন আৰু কৰোবাত সাত দিন ধৰি পালন কৰা পৰিলক্ষিত হয়। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বোকাজান ৰানচি গাওঁ প্ৰাথমিক