জাআলি আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত আয়োজিত প্ৰাজমানী চুড়ান্ত নৈশ ফুটবল খেল সফল সামৰণি
নগাঁৱৰ কচুৱাৰ ৰজাআলি আঞ্চলিক ক্ৰীড়া সংস্থাৰ উদ্যোগত ৰজাআলি খেলপথাৰত বাৰ্ষিক এককালিন প্ৰাজমানী ফুটবলৰ চুড়ান্ত খেলখন সোমবাৰে নিশা অনুষ্ঠিত হয় । এই প্ৰাজমানী ফুটবল প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰে ডিমাপুৰ টাউন ক্লাব এফ চি ফুটবল দল বনাম !-->…