৮০ বছৰীয়াঐতিহ্যমণ্ডিত জাজৰি উচ্চতৰ মাধ্যমিক আৰ্দশ বিদ্যালয়ত উখল মাখল পৰিৱেশ
নগাঁও জিলাৰ অগ্ৰনী শিক্ষানুষ্ঠান জাজৰি উচ্চতৰ মাধ্যমিক আৰ্দশ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ আজিৰে পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। ১৯৪৪ চনতেই স্থাপন হোৱা তথা প্ৰজন্মৰ পিছত প্ৰজন্মই শৈক্ষিক দিশত উত্তৰন ঘটাই সমাজৰ বিভিন্ন!-->…