জয়পুৰত ভাগৱত পাঠ যোগে দ্বিতীয় বৈকুণ্ঠপুৰি লৈ পৰিণত হোৱা আজি সামৰণি দিন , সন্দীয়া ভাওনা প্ৰদৰ্শন,…
নাহৰকটীয়া জয়পুৰ ৰাজহুৱা প্ৰেক্ষাগৃহত বিস্তৰ অঞ্চল সামৰি জাতি, বৰ্ণ, ধৰ্ম, ভাষা নিৰ্বিশেষে মানব সমাজৰ কল্যাণ আৰু আধ্যাত্মিক জ্ঞান অৰ্জন ৰ মহান উদ্দেশ্য শ্ৰী মদ্ভাগৱত মহাপুৰাণ অমৃত কথানুষ্টানৰ ১৪ অক্টোবৰ পৰা আৰম্ভণি হৈ থকা আজি পঞ্চম দিনা!-->…